Posts

Showing posts from October, 2022

Best Assamese Motivational Quotes

Image
  এলাহ হল এই পৃথিৱীৰ এনে এবিধ সুখ,যাৰ পৰিণাম স্বৰুপে কেৱল মাথো দুখ হে পোৱা যায় । গতিকে কিবা কৰিৱলৈ থাকিলে পাছলৈ পেলায় থৱ নালাগে । যিমান পাৰি সিমান সোনকালে তাক সম্পাদন কৰিৱ লাগে ।যেতিয়াই আপোনাৰ বিশেষ মানুহ বোৰ আতৰি যাৱ ,তেতিয়াই বুজিৱ তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণ হৈছে । এতিয়া আৰু আপোনাক তেওঁলোকৰ দৰকাৰ নাই ! স্বাৰ্থ শেষ সম্পৰ্ক শেষ ।সৎ মানুহৰ শত্ৰু বেছি ।অসৎ মানুহৰ শক্তি বেছি।শুদ্ধ পথত কষ্ট বেছি ।অশুদ্ধ পথত আৰাম বেছি।সচা কথাত তিতা বেছি।মিচা কথাত বিশ্বাসী বেছি । কোনো মানুহৰ বৰ্তমানক চাই তেওঁৰ ভৱিষ্যতক উপলুঙা নকৰিৱা , কাৰণ সময়ৰ ওচৰত ইমানেই শক্তি আছে,যে কয়লাকো লাহে লাহে হিৰালৈ পৰিৱৰ্তন কৰি দিব পাৰে ।আমি যাক সন্মান কৰো তেওঁ আমাক দূৰ্বল বুলি ভাৱে,আৰু যাক বহুত ভাল পাওঁ ,তেওঁ আমাক মূৰ্খ বুলি ভাৱে ।জীৱনত নিজৰ যোগ্যতা ইমানেই বঢ়োৱা , যে মানুহে তোমাক হৰুৱাবলৈ চেষ্টা নহয় ষড়যন্ত্র কৰিৱ লগা হয় ।অতীতত যি হৈ গল সেইয়া পাহৰিৱলৈ সাহস লাগিৱ। বৰ্তমানৰ সৈতে যুজিৱলৈ শক্তি লাগিৱ । ভৱিষ্যতে যি হব ভালেই হব বুলি ভাৱিবলৈ ,ভৰষা লাগিৱ ।বন্ধু মানেই হল শক্তি আৰু সাহস।সুখ , দুখৰ সময়ত আৰু বিপদত সংগ দিয়া জনেই প্ৰকৃত বন্ধু ।

Assamese Quotes

Image
  মিচাই যিমানেই নিজৰ আধিপত্য বিস্তাৰৰ চেষ্টা নকৰক কিয়, সঁচাৰ শক্তি ইমানেই বেছি ,যে কোনোবা নহয় কোনোৱা ৰূপত মিচাৰ বিনাশ কৰিবই।নিজৰ জীৱনত যদি শান্তি বিচাৰা তেন্তে বেলেগৰ কামক অভিযোগ দিয়াতকৈ নিজক সলাই লোৱা যাতে কোনেও তোমাক আমনি দিব নোৱাৰে ।কাৰণ,গোটেই পৃথিৱীতে কাৰ্পেট পৰাতকৈ নিজৰ ভৰিত জোটা পিন্ধাটো বেছি সহজ। জীৱনৰ অধিকাঙ্খ ভূল ,খৰ খেদা কৰি সিদ্ধান্ত লোৱাৰ ফলত হয় । গতিকে প্ৰথম চিন্তা কৰা, বিশ্লেষণ কৰা আৰু তাৰ পিছত তোমাৰ সিদ্ধান্তটোৰ ওপৰত কাম কৰা ।ভাগ্যৰ পৰা যিমান অধিক আশা কৰিৱা সিমানেই নিৰাশ কৰিৱ ।কৰ্মৰ ওপৰত বিশ্বাস ৰাখা ,তুমি আশা কৰাতকৈ সদায়েই বেছিকৈ পাৱা ।বেছি কথা কোৱা মানুহে একো কৰিৱ নোৱাৰে,আৰু কিৱা এটা কৰি দেখুওৱা মানুহে বেছি কথা পতাত বিশ্বাস নকৰে ।জয় নিশ্চিত বুলি জানিলে কাপুৰুষেও যুজিৱ পাৰে , কিন্তু বীৰ তেওঁক কোৱা হয়,যি পৰাজয় নিশ্চিত বুলি জানিও যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন নকৰে । জীৱনত সদায় ভাল সময় আহিৱ বুলি অপেক্ষা কৰি থাকিৱ নালাগে। কাৰণ সঠিক সময় কেতিয়াও নাহে,তাক আনিৱ লগা হয় ।  যি দিনা আপোনি বুজি পাৱ,যে ভাল কাম কৰিলে শান্তি অনুভৱ হয় ,সেই দিনাৰ পৰা আপোনিও বেয়া কাম কৰিৱলৈ এৰি দিব ।যি জন মানুহ