Assamese Quotes

 


মিচাই যিমানেই নিজৰ আধিপত্য বিস্তাৰৰ চেষ্টা নকৰক কিয়, সঁচাৰ শক্তি ইমানেই বেছি ,যে কোনোবা নহয় কোনোৱা ৰূপত মিচাৰ বিনাশ কৰিবই।নিজৰ জীৱনত যদি শান্তি বিচাৰা তেন্তে বেলেগৰ কামক অভিযোগ দিয়াতকৈ নিজক সলাই লোৱা যাতে কোনেও তোমাক আমনি দিব নোৱাৰে ।কাৰণ,গোটেই পৃথিৱীতে কাৰ্পেট পৰাতকৈ নিজৰ ভৰিত জোটা পিন্ধাটো বেছি সহজ। জীৱনৰ অধিকাঙ্খ ভূল ,খৰ খেদা কৰি সিদ্ধান্ত লোৱাৰ ফলত হয় । গতিকে প্ৰথম চিন্তা কৰা, বিশ্লেষণ কৰা আৰু তাৰ পিছত তোমাৰ সিদ্ধান্তটোৰ ওপৰত কাম কৰা ।ভাগ্যৰ পৰা যিমান অধিক আশা কৰিৱা সিমানেই নিৰাশ কৰিৱ ।কৰ্মৰ ওপৰত বিশ্বাস ৰাখা ,তুমি আশা কৰাতকৈ সদায়েই বেছিকৈ পাৱা ।বেছি কথা কোৱা মানুহে একো কৰিৱ নোৱাৰে,আৰু কিৱা এটা কৰি দেখুওৱা মানুহে বেছি কথা পতাত বিশ্বাস নকৰে ।জয় নিশ্চিত বুলি জানিলে কাপুৰুষেও যুজিৱ পাৰে , কিন্তু বীৰ তেওঁক কোৱা হয়,যি পৰাজয় নিশ্চিত বুলি জানিও যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন নকৰে । জীৱনত সদায় ভাল সময় আহিৱ বুলি অপেক্ষা কৰি থাকিৱ নালাগে। কাৰণ সঠিক সময় কেতিয়াও নাহে,তাক আনিৱ লগা হয় ।  যি দিনা আপোনি বুজি পাৱ,যে ভাল কাম কৰিলে শান্তি অনুভৱ হয় ,সেই দিনাৰ পৰা আপোনিও বেয়া কাম কৰিৱলৈ এৰি দিব ।যি জন মানুহে সুখী হোৱাৰ অভিনয় কৰি, ৰাতি নির্জনতাত নীৰৱে কান্দে সেইজনে ভালপোৱাৰ অভিনয় কৰি কাকো কষ্ট দিব নোৱাৰে । কাৰণ তেওঁ বুজি পায় কষ্ট কি ।

Comments

Popular posts from this blog

Best Assamese Motivational Quotes

Assamese Motivational Quotes

Assamese Quotes সফল জীৱনৰ সাধনা