Assamese Motivational Quotes

 


উদ্দেশ্য সৎ আৰু হৃদয় খন পৰিস্কাৰ হ'লে কোনোবা নহয় কোনোবা ৰূপত ভগৱানেও

আহি আমাক সহায় কৰি থৈ যায়।জোৰ তেওঁকহে কৰা হয়,

যাক সঁচাকৈ ভাল পোৱা যায়।

নহ'লেটো এই পৃথিৱীত মিছা ভালপোৱাৰ অভাৱ নাই।

জীৱনটো এক মহৎ উপহাৰ৷ যিসকলে জীৱনক ভাল নাপায় সেইসকলে এই উপহাৰ গ্ৰহণৰ অনুপযুক্ত।অহংকাৰ কৰি কাৰো হৃদয় ভঙা উচিত নহয়,কাৰণ সময়ে অহংকাৰকো ভাঙি পেলায় আৰু কথা কোৱাৰ সমৰ্থও কাঢ়ি লয়।যিটো সম্পৰ্কত তোমাৰ কোনো গুৰুত্ব নাই,সেই সম্পৰ্কৰ পৰা আঁতৰি অহায়ে ভাল,দুদিনমান বেয়া লাগিব কিন্তু ভৱিষ্যত বহুত ভাল হ'ব|এটা সম্পৰ্ক কিমান বছৰ পুৰণি সেইটো ডাঙৰ কথা নহয় সেই সম্পর্কটোত তুমি কিমান সুখী সেইটোৱেই ডাঙৰ কথা।সকলো শেষ হৈ যোৱা যেন লগাৰ পিছতো,আপুনি যদি জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰে তেন্তে আপোনাক কোনেও হৰুৱাব নোৱাৰে।খং উঠিলে চিঞৰিৱলৈ শক্তি নেলাগে। কিন্তু খং উঠিলে নিৰৱে থাকিৱলৈ বহুত শক্তি লাগে। আমি জীৱনত হৈ যোৱা অতীততৰ কথা কেতিয়াও চিন্তা কৰিৱ নেলাগে আৰু আহিবলগীয়া ভৱিষ্যৎৰ কথা চিন্তা কৰি কেতিয়াও চিন্তিত হব নেলাগে। আজি যিটো আছে,সেই সময়কণতে সুখী হৈ থাকিৱ লাগে।।সেইজন ব্যক্তিৰ মনটো বহুত ভাল যিয়ে বাৰে বাৰে ঠগ খোৱাৰ পিছটো আনৰ বেয়া হোৱাটো কেতিয়াও কামনা নকৰে।ৰদ যিমানেই চোকা নহওক কিয়,সাগৰক শুকুৱাব নোৱাৰে থিক তেনেদৰে, আশাৰ সাগৰ খন এটা মাত্ৰ পৰাজয়ৰ বাবে কেতিয়াও খালি হব নোৱাৰে।কোনোৱাই ভগৱানক সুধিলে, তোমাৰ সকলোতকৈ মৰমৰ কোন? ভগৱানে কলে, যি জন মানুহৰ প্ৰতিশোধ লোৱাৰ শক্তি আছে তথাপিও নিজৰ শত্ৰুক ক্ষমা কৰি দিয়ে,তেওঁ মোৰ অতি প্ৰিয় ।।জীৱনক লৈ যদি কেতিয়াৱা  বেয়া চিন্তা আহে তেন্তে এটা কথা সদায় মনত ৰাখিৱা,তুমি যিটো জীৱন জীয়াই আছা,সেইটোও বহুতৰে বাবে এটা সপোন।

মনৰ ভাববোৰ যেতিয়া সুন্দৰ হয় তেতিয়া আমি কৰা কামবোৰৰ মান উন্নত হোৱাৰ লগতে আমাৰ চাৰিওফালৰ পৃথিৱীখন দেখিবলৈ সুন্দৰ হয়!যাৰ পৰা আমি আশা কৰো,তেওঁৱেই যদি হৃদয় ভাঙি দিয়ে, তেন্তে গোটেই জগত খনৰ ওপৰত থকা আমাৰ ভৰষা ভাঙি যায়। আমি যাক সন্মান কৰো তেওঁ আমাক দূৰ্বল বুলি ভাৱে ,আমি যাক বহুত ভালপাঁও তেওঁ আমাক মূৰ্খ বুলি ভাৱে ।জীৱনৰ অন্য নাম সংগ্ৰাম৷ সংগ্ৰাম অবিহনে জীৱন জীৱনেই হ'ব নোৱাৰে৷ সংগ্ৰাম বা সংঘাতৰ স'তে যুঁজি যুঁজি মানুহে যি সাহস, মনোবল তথা প্ৰেৰণা লাভ কৰে, সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে৷জীয়াই থকাটো ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হ'ল তুমি আঁতৰি যোৱাৰ পিছতো মানুহৰ মনত তোমাৰ কৰ্মৰাজি আৰু আদৰ্শ জীপাল হৈ থকাতোহে ৷ সময়ৰ বালিত খোজ ৰাখি থৈ যোৱা সম্ভৱ মাথোঁ ভাল কামৰ দ্বাৰাহে ।ৰাষ্টা কেতিয়াও শেষ নহয়,মাত্ৰ মানুহে সাহস হেৰুৱাই পেলায় । কিন্তু সাতুৰ শিকিৱলৈ পানীত নামিৱই লাগিৱ । নদীৰ পাৰত বহি কোনো সাতুৰবিদ বনিৱ নোৱাৰে। আমি আমাৰ জীৱনৰ ঋণাত্মক চিন্তা বোৰক যিমান পাৰি সোনকালে সলনি কৰি লৱ লাগে ,যেতিয়া চিন্তাবোৰ যোগাত্মক হব,জীৱনলৈ সফলতা আহিবলৈ আৰম্ভ হব । যদি আপোনি সেই জন মানুহক বিচাৰি আছে যি জনে আপোনাৰ জীৱন সলনি কৰিৱ,, তেন্তে নিজকে আইনাত চাওক, সেই মানুহ জন আপোনিয়েই ! প্ৰেমৰ অৰ্থ তেতিয়া বুজি পোৱা নাযায় যেতিয়া আপোনাৰ বাবে কোনোৱাই কষ্ট পায় থাকে । প্ৰেমৰ অৰ্থ তেতিয়া বুজি পোৱা যায় যেতিয়া আপোনি কাৰোৱাৰ বাবে কষ্ট পায় থাকে।যেতিয়ালৈকে আপোনি জয়ী নহয় তেতিয়ালৈকে  কোনেও আপোনাৰ কাহিনী শুনিৱলৈ আগ্ৰহ প্ৰকাশ নকৰে, সেই বাবে পৃথিৱী খনক প্ৰথম জয়ী হৈ দেখুৱাওক।জীৱন মাত্ৰ এবাৰ পোৱা যায়। এইটো একেবাৰে মিচা কথা। জীৱনটো প্ৰত্যেক দিনাই পোৱা যায়, মাত্ৰ মৃত্যুহে এবাৰ পোৱা যায় ।

Comments

Popular posts from this blog

Best Assamese Motivational Quotes