Assamese Quotes 2022

অসমীয়া বাণী∆
এটা কথা গোটেই জীৱন সদায় মনত ৰাখিৱা, তুমি সুখত থকাটোৱেই তোমাৰ বেয়া হোৱাটো বিচৰা সকলৰ বাবে সকলোতকৈ ডাঙৰ শাস্তি।

আমি আমাৰ জীৱনত ৰৃণাত্মক চিন্তা বোৰ যিমান পাৰি সোনকালে পৰিৱৰ্তন কৰি লৱ লাগে ।যেতিয়া আমি আমাৰ চিন্তাধাৰা বোৰ যোগাত্মক কৰি লম তেতিয়াৰ পৰাহে জীৱনলৈ সফলতা আহিবলৈ আৰম্ভ হব ।

যি সকল লোক আপোনাৰ জীৱনৰ পৰা আতৰি যাৱ খুজে তেওঁলোকে সকলো দুষ পৰিস্হিতিৰ ওপৰত জাপ দিব ।

অনুকৰণ নকৰিৱা  অনুসৰণ নকৰিৱা নিজকে অনুসন্ধান কৰা নিজকে জানিৱলৈ চেষ্টা কৰা , নিজৰ পথত চলা ।

শিক্ষিত মানুহ অহংকাৰী হব পাৰে কিন্তু জ্ঞানী মানুহ অহংকাৰী নহয়, কাৰণ অহংকাৰী মানুহ কেতিয়াও জ্ঞানী হব নোৱাৰে ।

মানুহৰ চেহেৰা সলনি হৈ গলে একো কষ্ট নহয় । কিন্তু কথা পতাৰ ধৰণ সলনি হলে বহুত কষ্ট হয় ।

কোনোবা মানুহক আঘাট দিয়াটো ইমানেই সহজ যেনকৈ সাগৰলৈ শিল গুটি দলিওৱাটো সহজ কিন্তু কোনেও এইটো গম নেপায় ,যে শিল গুটিটো কিমান গভীৰতালৈকে যাৱ পাৰে ।

সৰু লৰাৰ চকু পানী আৰু প্ৰেমত ওলোৱা চকু পানী দুয়োটাই একে । দুয়ো জনে গম পায় আঘাট কত লাগিছে কিন্তু কাকো দেখুৱাব নোৱাৰে ।

টকা আৰু সফলতাই মানুহক কেতিয়াও সলনি নকৰে । টকা আৰু সফলতাই মাত্ৰ মানুহৰ চৰিত্ৰত যিটো আগৰ পৰাই আছিল তাক বিস্তাৰিত ৰুপত প্ৰকাশ কৰে।

কাৰোৱাক এইটো ভাৱি এৰি নিদিবা যে তোমাক দিৱলৈ তেওৰ ওচৰত একো নাই ! মাত্ৰ এইটো ভাৱি লগ দিৱা যে তেওৰ ওচৰত হেৰুৱাবলৈ তোমাৰ বাদে আন একো নাই !

বুজি নেপাও এই পৃথিৱী খন কিয় এনেকুৱা। যি জনে সকলোকে সুখ দিব খুজে তেওঁৱেই কান্দিব লগা হয় । আৰু যি জনে গোটেই জীৱন লগ দিব নোৱাৰে তেওঁৱেই আমাৰ প্ৰথম প্ৰেম হয় ।

জীৱনত কেতিয়াও কোনো মানুহক অভ্যাসত পৰিনত নকৰিৱা । কাৰণ মানুহ বৰ অহংকাৰী। যেতিয়া তোমাক পচন্দ কৰিৱ তেতিয়া তোমাৰ সকলো দুষ পাহৰি যাৱ আৰু যেতিয়া তোমাক ঘৃণা কৰিৱ,তেতিয়া তোমাৰ সকলো গুণ পাহৰি যাৱ ।

পৃথিৱীৰ ভীৰত মানুহে লাগিলে সকলো কথা পাহৰি যাৱক,বা যিমানেই আনন্দ ফুৰ্তি নকৰক কিয় । কিন্তু অকলশৰে থাকিলে মানুহে সদায় হৃদয়ৰ পৰা ভালপোৱা জনক হে মনত পেলায়। 

আমি কাৰোৱাৰ লগত তেতিয়ালৈকেহে কাজিয়া লাগো , যেতিয়ালৈকে প্ৰেমৰ আশা থাকে যি দিনা আশা ভাঙি যায় সেই দিনাৰ পৰা কাজিয়াও শেষ হয়।

হৃদয়ত প্ৰৱেশ কৰিৱলৈ ৰাষ্টা আছে কিন্তু হৃদয়ৰ পৰা ওলাই যোৱাৰ ৰাষ্টা নাই সেইবাবেই চাগে মানুহে হৃদয় ভাঙিহে আতৰি যায় । 

আঘাট দুই প্ৰকাৰৰ থাকে। এটা সেই  ধৰণৰ যিটোৱে কষ্ট দিয়ে আৰু আনটো হল সেইটো যি তোমাক সলনি কৰি পেলায়।

জীৱনত বিশ্বাস আৰু শপত কেতিয়াও ভাঙিৱলৈ নিদিবা, কাৰণ এই দুটা ভাঙিলে শব্দ নহয় কিন্তু হৃদয়ত বহুত বিষ হয় ।

কোনোৱাই কয় পৃথিৱী খন প্ৰেমৰ দ্বাৰা চলে , কোনোৱাই কয় পৃথিৱী খন বন্ধুত্বৰ দ্বাৰা চলে, কিন্তু যেতিয়া পৰীক্ষা কৰি চালো,তেতিয়া দেখিলো পৃথিৱী খন দেখুন স্বাৰ্থৰ দ্বাৰা চলে।

মই ভাৱিছিলো,মোৰ সকলো দুষ আৰু আঘাটৰ কথা তোমাক কম, কিন্তু তুমিটো মোক এইটোও নুশুধিলা মই কিয়নো নিৰৱে আছো।

পৃথিৱীত অকলে থকাৰো বেলেগ এটা সুখ আছে, না কোনোৱা উলতি অহাৰ আশা থাকে না কাৰোৱাক এৰি যোৱাৰ ভয়  থাকে ।

সময় কাৰোৰে বাবেই একে নাথাকে।  তেওঁও কান্দিব লগা হয় যি আনক কন্দোৱাই !

কাৰোৱাক নাপালে জীৱন শেষ নহয় ,কিন্তু কাৰোৱাক পায় হেৰুৱালে জীৱন বুলিও একো নেথাকে ।

কোনে কয় কিৱা এটা ভাঙিৱলৈ পাথৰৰ প্ৰয়োজন,সুৰ সলনি কৰি কথা পাতিলেও বহুত কিবা কিবি ভাঙি যায় ।

Comments

Popular posts from this blog

Best Assamese Motivational Quotes