Assamese Quotes Of Life | Sad Assamese Quotes | Assamese Status || Assamese Motivational Quotes
পৰিস্হিতি যেনেকুৱা নহওক কিয় সচা ভালপোৱা জনে কেতিয়াও এৰি থৈ নেযায় কাৰণ এৰি থৈ যাৱ খুজা জনৰ বাবে সমান্য কাৰণ এটাই যথেষ্ট।
পৃথিৱীত সকলো সলনি হলেও এগৰাকী ব্যক্তিৰ মৰম কেতিয়াও সলনি নহয় । সেই গৰাকী হৈছে মা,এগৰাকী মাতৃৰ বাবে নিজৰ সন্তানেই হৈছে সমগ্ৰ পৃথিৱীখন ।
সুখত থাকিৱলৈ ডাঙৰ অট্টালিকাৰ প্ৰয়োজন নাই ! মাত্ৰ জীৱন সংগী জন বিশ্বাসী আৰু মৰমিয়াল হলে ভগা ঘৰতো সুখী হব পাৰি।
সময়ৰ লগে লগে মানুহ সলনি হবলৈ ধৰে। আগৰ ধৰণে কৰা মৰম আৰু আদৰ বোৰ কমিবলৈ আৰম্ভ হয় । এসময়ত হেৰুৱাবলৈ ভয় কৰা বিশেষ মানুহ জনো সস্তিয়া হৈ পৰে । স্মৃতি বুলিৱলৈ ৰৈ যায় কিছুমান ভাল লগা কথা আৰু বিশেষ কিছুমান সময় ।
মই জীৱনক সুধিলো , তুমি ইমান কঠীন কিয়? জীৱনে হাঁহি হাঁহি উত্তৰ দিলে পৃথিৱী খনে সহজতে পোৱা বস্তু বোৰক মূল্য নিদিয়ে সেইবাবেই মই কঠিন !
যিমান দিন মানুহ অসৎ আৰু অহংকাৰী হৈ থাকে সিমান দিনলৈকে তেওঁৰ কোনো শত্ৰু নেথাকে কিন্তু যি দিনা মানুহ সৎ আৰু সহজ সৰল হৈ উঠে সেই দিনাৰ পৰা তেওঁৰ শত্ৰুৰ অভাৱ নঘটে।।
প্ৰিয় জনৰ পৰা কেতিয়া বিচাৰি বিচাৰি সময় নলৱা ,ভালপোৱা যদি সচা হয়, হাজাৰ ব্যস্ততাৰ মাজতো সময় দিয়াৰ চেষ্টা কৰিৱ।
জীৱনত তুমি যি বিলাৱা তাকেই সীমাহিন ভাৱে ঘূৰাই পাৱা , সেইয়া লাগিলে টকা হওক, খাদ্য হওক, সন্মান হওক, অপমান হওক ঘৃণা হওক বা প্ৰেম হওক।
কঠোৰ পৰিশ্ৰমৰ সহায়ত ডাঙৰতকৈ ডাঙৰ সমস্যাক সমাধান কৰিৱ পাৰি ,পৰিশ্ৰমৰ অবিহনে সফলতাৰ কোনো সহজ ৰাষ্টা নাই, আপোনাৰ মনত সদায় দৃঢ়তা ৰাখিৱ লাগিৱ,যে পৰিশ্ৰমৰ লগতে বুদ্ধি প্ৰয়োগ কৰিলে সফলতা আৰু সোনকালে পোৱা যায়।।
এই পৃথিৱীত প্ৰেম কৰিৱলৈ দুটা বস্তুৱেই আছে, এটা হল দুঃখ আৰু আনটো হল শ্ৰম
দুঃখ অবিহনে হৃদয় নিৰ্মল হব নোৱাৰে আৰু শ্ৰম অবিহনে মানুহৰ বিকাশ হব নোৱাৰে ।
ভগৱানক পাৰ্থনা এনে দৰে কৰা যেন সকলো ভগৱানৰ ওপৰতে নিৰ্ভৰশীল, আৰু কাম এনেকুৱাকৈ কৰা যেন সকলো তোমাৰ ওপৰতে নিৰ্ভৰশীল!
যিবিলাক মানুহে আপোনাক কেৱল নিজৰ প্ৰয়োজনৰ সময়তহে মনত পেলায় সেইবিলাক মানুহক কোনো কাৰণতে হৃদয়ত নাৰাখিব অন্যথা আপুনি আঘাত পোৱাটো স্বাভাৱিক ।
যি জন মানুহে সুখী হোৱাৰ অভিনয় কৰি ৰাতি নির্জনতাত নীৰৱে কান্দে সেইজনে ভালপোৱাৰ অভিনয় কৰি কাকো কষ্ট দিব নোৱাৰে । কাৰণ তেওঁ বুজি পায় কষ্ট কি ।
জীৱনলৈ সমস্যা অহাটো Part Of Life আৰু তাৰ পৰা হাঁহি মুখে বাহিৰলৈ অহাটো Art of life । গতিকে জীৱনৰ সমস্যা বোৰৰ সৈতে যুজিৱলৈ শিকা , শতাশ হৈ বহি থাকি একো লাভ নাই !
মোৰ কৰ্মই মোৰ ভাগ্য বুলি ভাৱি যি সকলে পৰিশ্ৰম কৰে তেওঁলোক কেতিয়াও সফল নোহোৱাকৈ নেথাকে । কাৰণ ভাগ্য অদৃশ্য বস্তু কিন্তু পৰিশ্ৰম মানুহৰ কেচা ঘামেৰে প্ৰকাশ পায় ।
সফলতা কেনেকৈ পাৱ লাগে সেই কথা সকলোৱে জানে কিন্তু সফলতা পাৱলৈ নিজক যি খিনি পৰিৱৰ্তন কৰিৱ লগা হয় সেই খিনি কোনেও কৰিৱ নিবিচাৰে । সেই বাবেই পৃথিৱীৰ সৰহভাগ মানুহে নিজৰ সপোনটো পুৰা কৰিৱ নোৱাৰে আৰু চিৰ জীৱন অনুতাপ কৰি কটাব লগা হয় ।
চিনাকি মানুহবোৰৰ লগত যেতিয়া আমি
কথা পাতো তেতিয়া তেওঁলোকৰ কথাবোৰ
শুনি এনেকুৱা লাগে যেন তেওঁলোক
আমাৰ আপোন কিন্তু যেতিয়া সঁচাকৈয়ে প্ৰয়োজন হয়
তেতিয়া সেই আপোন মানুহবোৰ কাষত কেতিয়াও পোৱা নাযায় ।
কোনোবা এজন আঁতৰি গ'লেই জীৱনটোশেষ হৈ নাযায় কিন্তু হৃদয়ৰ বাবে
বিশেষ হৈ পৰা এজনক হেৰুৱাৰ পাছত জীৱনলৈ অহা
হাজাৰ জনেও তেওঁৰ বাবে
হৃদয়ত থকা ঠাইখিনি দখল কৰিব নোৱাৰে।
মানুহে আমাক হাঁহিয়তাৰ পাত্ৰ নাসাজে ,আমি নিজেই নিজৰ জীৱনৰ দূৰ্বলতা বোৰৰ কথা আনক কৈ হাঁহিয়তাৰ পাত্ৰ সাজিৱলৈ সুবিধা কৰি দিও ।
মানুহৰ হাজাৰটা পৰামৰ্শতকৈ অনুভৱৰ এটা আঘাটেই ব্যক্তি এজনক অতি শক্তিশালী আৰু কঠিন বনাৱ পাৰে ।
প্ৰতিজন মানুহৰ কিবা নহয় কিবা এটা প্ৰতিভা নিজৰ মাজত থাকেই ! কিন্তু প্ৰায়েই মানুহে আনৰ দৰে হব খুজি নিজৰ প্ৰতিভাক নষ্ট কৰি পেলায়।
নিজৰ লক্ষস্হানৰ পথ কোনফালে আছে আনক যদি সুধা তেন্তে হেৰাই যাৱা ,কাৰণ নিজৰ লক্ষ স্হানৰ মূল্য তুমি যিমান বুজি পাৱা সেইয়া অন্য মানুহে কেতিয়াও বুজি নেপায়।
জীৱনত আমি নতুন কিবা এটা এই বাবেই কৰিৱ নোৱাৰো কাৰণ আমি ভাৱো যে আনে যেতিয়া কৰিব নোৱাৰিলে তেন্তে আমি কেনেকৈ কৰিম । কিন্তু যি সকলে এই বোৰ বিচাৰ নকৰি কামত লাগি যায় । সেই সকলেই পৃথিৱী খন সলনি কৰিব পাৰে ।
সাতুৰ শিকিৱলৈ হলে পানীত নামিৱই লাগিৱ। নদীৰ পাৰত বহি কোনো সাতুৰবিদ বনিৱ নোৱাৰে । অৰ্থাত কিবা এটা বনিৱলৈ হলে আৰম্ভণী কৰিৱই লাগিৱ । তাৰ বাহিৰে অন্য উপায় নাই !
Comments
Post a Comment