30 Assamese Quotes Of Life | Sad Assamese Whatsapp Status, Facebook, Instagram, Twitter

30 Assamese Quotes


পৃথিৱী খন বৰ নিষ্ঠুৰ । কিছুমান মানুহৰ অলপ উন্নতি হলেই কথা কোৱাৰ ধৰণ সলনি হৈ যায়।চকুৰ চাৱনি সলনি হৈ যায় । নিজৰ শাৰীৰিক ভাষাৰ দ্বাৰা সকলোকে বুজাৱ খুজে মই কিমান সফল মানুহ । আৰু তহত মোতকৈ কিমান সৰু।

দূৰৰ পৰা চালে সকলো সফলতাৰ ৰাষ্টা বন্ধ যেন দেখা পোৱা যায়, কাৰণ সফলতাৰ ৰাষ্টা তেতিয়াহে খুল খায় যেতিয়া আমি ৰাষ্টাটোৰ থিক ওচৰ পাওগৈ ।

নিজৰ প্ৰয়োজনত আপোন বুলি ভাবা মানুহ জনে অপ্ৰয়োজনত তোমাক অচিনাকি বুলি কবলৈও কুণ্ঠাবোধ নকৰে । গতিকে তেনে মানুহৰ লগত সম্পৰ্ক ৰক্ষা কৰিৱলৈ চেষ্টা কৰা মানে,সাপৰ লগত বন্ধুত্ব কৰা ।

পৰাজয় হোৱাটো কোনো অন্তিম বিফলতা নহয় । জীৱনত চেষ্টা নকৰাটোহে সকলোতকৈ ডাঙৰ বিফলতা।

যদি কোনোবাই তোমাক নিজৰ স্বাৰ্থৰ বাবে কন্দোৱাই আতৰি যায়,তেন্তে ইয়াৰ অৰ্থ এইটোৱেই, যে তেওঁ তোমাৰ কেতিয়াও আপোন নাছিল ।

যেতিয়া মানুহে জীৱনটোত অকলশৰে খুজ কাঢ়িৱলৈ শিকি যায়, তেতিয়ালৈকে তেওঁ পৃথিৱী খনকো বুজি পাৱলৈ সমৰ্থ হয় ।

মানুহে তেতিয়াই হাৰ মানি লয়,যেতিয়া তেওঁ বুজি পায়,যাক তেওঁ নিজৰ সকলো খিনি বুলি ভাৱিছিল ,সেই জনৰ বাবে যে তেওঁ একোৱেই নহয় ।

কিছুমান কথা মানুহক বুজালে বুজি নেপায়,লাগিলে তেওঁ যিমান বুজিৱলৈ চেষ্টা কৰক, যেতিয়ালৈকে নিজৰ লগত নহয়  তেওঁ কেতিয়াও অনুভৱ কৰিৱ নোৱাৰে।উদাহৰণ স্বৰুপে- প্ৰেমত পোৱা  বিশ্বাসঘাটকতা । 

জীৱনত লাগিলে যি বিচাৰা তাকেই আহৰণ কৰি লোৱা কিন্তু এটা কথা সদায় মনত ৰাখিৱা,তোমাৰ লক্ষ স্হানৰ পথটোৱে যাতে অন্য মানুহৰ হৃদয় ভাঙি পাৰ হৈ নেযায় ।

কিছুমান সম্পৰ্ক ভাৰাত লোৱা ঘৰৰ নিচিনা,যিমানেই নসজোৱা কিয়, নিজৰ কেতিয়াও হব নোৱাৰে ।

গ্যানি মানুহে থিকেই কয়, সেই জন মানুহে তোমাক কেতিয়াও মূল্য নিদিয়ে যাৰ বাবে তুমি সদায়েই যি কোনো কামত হাজিৰ হোৱা ।কিছুমান সম্পৰ্কৰ পৰা মুক্তি পোৱাটোৱেই সকলোতকৈ ভাল বিকল্প,কাৰণ জীয়াই থকাৰ অধিকাৰ তোমাৰো আছে ।

বিশ্বাস হল এখন আইনাৰ দৰে। যদি এবাৰ ভাঙি যায়,পাছত যিমানেই জোৰা নিদিয়া কিয় চেহৰা বেলেগ বেলেগকৈয়েই দেখা পোৱা যায় । 

জীৱনৰ আটাইতকৈ ডাঙৰ সত্যটো হল দুখত অকলে সময় কটাৱ লাগে আৰু সুখত গোটেই পৃথিৱী খনে লগ দিয়ে।

জীৱনত তুমি কিমান লাহে লাহে আগৱাঢ়ি যোৱা সেইটো কোনো ডাঙৰ কথা নহয় ।ডাঙৰ কথাটো হল তুমি কিমান সময়লৈকে  ৰৈ নোযোৱা।

জীৱনত সকলোতকৈ বেছি আঘাট কেতিয়া লাগে? যেতিয়া হৃদয়ৰ পৰা আপোন ভৱা মানুহ জনক নিজৰ কথা বিশ্বাস কৰিবলৈ প্ৰমান দিয়াৰ প্ৰয়োজন হয়।

সংঘৰ্ষই মানুহক শক্তিশালী বনাই লাগিলে তেওঁ যিমানেই দূৰ্বল নহওক কিয় ।

যেতিয়া ভাগ্যই লগ নিদিয়ে তেতিয়া বুজি লৱ যে , পৰিশ্ৰমে তোমাৰ লগ দিৱ আৰু জীৱন সলনি কৰি পেলাৱ ।

আধা ৰাষ্টা যোৱাৰ পাছত উলতি অহাৰ কথা কেতিয়াও চিন্তা নকৰিৱা। কাৰণ উলতি আহিৱলৈ তুমি সিমানই দূৰে অতিক্ৰম কৰিৱ লাগিৱ, যিমান দূৰ গলে তুমি লক্ষ স্হানেই পাৱাগৈ। 

যদি তুমি পৰাজয়, শতাশা আৰু মানুহে কৰা ঠাট্টা সহ্য কৰিৱ নোৱাৰা তেন্তে জীৱনত কেতিয়াও সফল হব নোৱাৰা ।

জীৱনত তিনিতা কথা সদায় মনত ৰাখিৱা । আনন্দত কাকো কথা নিদিৱা । খঙত থাকিলে প্ৰত্তুত্তৰ নিদিবা আৰু আৱেগত সিদ্ধান্ত নলৱা ।

নিজৰ শক্তি আৰু দূৰ্বলতাক সদায় জানিৱলৈ চেষ্টা কৰা,শক্তিক সফলতা পাৱলৈ ব্যৱহাৰ কৰা আৰু  দূৰ্বলতাক শক্তিলৈ ৰুপান্তৰ কৰিৱলৈ চেষ্টা কৰা ।

সংঘৰ্ষ আৰু কষ্ট নেথাকিলে জীয়াই থকাৰ আনন্দ নেথাকে । কাৰণ ডাঙৰ ডাঙৰ ধুমুহাও ৰৈ যায় যেতিয়া বুকুত একুৰা জুই জ্বলি থাকে ।

এবাৰ নহয় ..দুবাৰ নহয়.. হাজাৰ বাৰ কাজিয়া লাগি সম্পৰ্ক এটাত ফাট মেলিলেও।। সঁচা ভালপোৱা কেতিয়াও শেষ হৈ নাযায়।। সচা ভালপোৱা থাকিলে,সম্পৰ্কটো আকৌ ঠিক হৈ যায়।।

জীৱন যি পাব লগা আছে সকলো সময় থাকোঁতেই আদৰি লোৱা উচিত, কিয়নো  জীৱনে সুযোগ কম দিয়ে আৰু প্ৰতাৰণা বেছি কৰে।

সঁচা প্ৰেম সদায় অন্তৰৰ পৰা আৰম্ভ হয় , শৰীৰৰ পৰা নহয় ।অন্তৰখন নিজৰ কৰিব পাৰিলে,পিছত শৰীৰটো সহজেই নিজৰ কৰিব পাৰি|

আকাশৰ ডাৱৰ যেতিয়া গধুৰ হৈ পৰে তেতিয়াই বৰষুণ হৈ তললৈ সৰি পৰে আৰু হৃদয়ত যেতিয়া দুখৰ বোজা গধুৰ হৈ আহে তেতিয়াই দুচকুৰে চকুপানী হৈ নিগৰি আহে ।

Comments

Popular posts from this blog

Best Assamese Motivational Quotes