Best Assamese Life Quotes and Motivation
অসমীয়া উক্তি Assamese Quotes
যৌনতা কোনো বেয়া কথা নহয় কিন্তু প্ৰেমৰ সুযোগ লৈ ছোৱালী এজনীক ব্যৱহাৰ কৰাটো কাপুৰুষৰ লক্ষণ ।
ভালপোৱা এক এনেকুৱা অপৰাধ যিটো সকলোৱেই কৰে কিন্তু শাস্তি কেৱল সচা ভালপোৱা জনেহে পায়।
আনক সুখী কৰি ৰাখিৱলৈ বহুত চখ আছিল মোৰ, কিন্তু চকু তেতিয়াহে খুল খালে যেতিয়া প্ৰয়োজনৰ সময়ত নিজক অকলশৰীয়া কৈ পালো।
কিছুমান সম্পৰ্ক এই বাবেই ভাঙি যায়। কাৰণ এজনে অপেক্ষা কৰি থাকে আৰু আনজনে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে ।
সফলতা পাৱলৈ সংঘৰ্ষ কৰাটো কঠীন, কিন্তু জীয়াই থাকিৱলৈ সংঘৰ্ষ কৰাটো তাতোকৈ বহু বেছি কঠীন । গতিকে সময় থাকোতেই সফলতা পাৱলৈ সংঘৰ্ষ কৰা উচিত।
সকলোৱে তোমাক তেতিয়ালৈকেহে ভাল বুলি কৱ যেতিয়ালৈকে তুমি তেওঁলোকৰ সকলো কথা মানি লৱা। কিন্তু জীৱনত আগবাঢ়িবলৈ হলে সকলোকে সন্তুষ্ট কৰিৱ নোৱাৰি। কিছুমান স্বাৰ্থপৰ মানুহক না বুলি কৱলৈও শিকিৱ লাগিৱ ।
আঘাট সদায় আপোন মানুহেই দিয়ে নহলে অন্য মানুহে কত গম পায়, যে আমাৰ দুখ কোনটো কথাত লাগিৱ ।
অনুতাপে অতিত সলনি কৰিৱ নোৱাৰে আৰু চিন্তাই ভৱিষ্যৎ সুন্দৰ কৰিৱ নোৱাৰে । সেই বাবে বৰ্তমানৰ আনন্দ উপভোগ কৰাটোৱেই জীৱনৰ আচল সুখ ।
আমাৰ জীৱনলৈ কোন আহে কোন যায় সেইটো গুৰুত্বপূৰ্ণ নহয়,বেয়া পৰিস্হিত কোন বোৰ মানুহে আমাৰ লগত থিয় দিছিল সেইটোহে সকলোতকৈ ডাঙৰ কথা ।
আজি মই মোৰ চাটোক সুধিলো মোৰ পিছে পিছে কিয় ঘূৰি ফুৰা ? চাটোৱে হাঁহি হাঁহি উত্তৰ দিলে, বেলেগ কোন আছে তোমাৰ লগত ।
সপোন সকলোৱে দেখে কিন্তু সপোন পূৰা কৰিৱলৈ নিজৰ লগত যুজিৱ লগা হয় ।গোটেই পৃথিৱী শুই থকাৰ সময়ত নিজৰ সপোনটোৰ বাবে উজাগৰি থাকিৱ লাগিৱ ।
মানুহে অকলে অকলে হাঁহিব নোৱাৰে,হাঁহিবলৈ এজন সংগীৰ প্রয়োজন,কিন্তু মানুহৰ দুখ হ'লে অকলে অকলে কান্দিব লগা হয়,কাৰণ দুখৰ সময়ত কোনো সংগী নাথাকে ।🌿
নিজৰ সাজি পাহৰি যায় কোনোৱাই ! সপোন দেখুৱাই কন্দোৱাই যায় কোনোৱাই ! তেওঁৰ উপস্হিতিত মোৰ উশাহ আহে সেই কথা জানিও বহু দূৰ গুচি যায় কোনোৱাই !
মানুহে সকলােৰে সৈতে অভিনয় কৰিব পাৰিলেও নিজৰ সৈতে কেতিয়াও অভিনয় কৰিব নােৱাৰে।সেইবাবেই প্রতিজন মানুহে নীৰৱে উচুপে।
জৰুৰী নহয় যে আঘাট পোৱা প্ৰতি জন মানুহক আপুনি উচুপি থকা দেখিৱ, কিছুমান মানুহে নিজৰ হাঁহিৰ আঁৰত হাজাৰ হাজাৰ দূখ লুকোৱাই ৰাখে ।
গোটেই জীৱনত বন্ধু লাগিলে এজনেই হওক কিন্তু এনেকুৱা হব লাগে তেওঁ যেন মুখৰ শব্দতকৈ মৌনতাক বেছি ভালকৈ বুজি পায় ।
শ্ৰদ্ধাই গ্যান দিয়ে নম্ৰতাই মান দিয়ে আৰু যোগ্যতাই স্হান দিয়ে কিন্তু গোটেই কেইটা মিলি গলে ব্যক্তি এজনক সকলো ঠাইতে সন্মান দিয়ে ।
তোমাক যদি কোনোৱাই গুৰুত্ব দিয়ে তেন্তে তুমিও তেওক গুৰুত্ব দিৱলৈ শিকা কাৰণ তোমাৰ প্ৰতি যাৰ আগ্ৰহ নাই তেওঁৰ বাবে ইণ্টাৰেষ্ট লোৱাতকৈ তোমাৰ বাবে আন্তৰিকতা থকা এজনক সন্মান দিলে তোমাৰ যথেষ্ট লাভ হব ।
বিনা কাৰণত সকলোকে আমনি কৰিৱলৈ বাদ দিলো । যেতিয়া কোনো মানুহে আপোন বুলি নেভাৱেই তেওঁলোকক মনত পেলায় নো কি লাভ।
তেওঁ কথা দিছিল গোটেই জীৱন লগ দিম । কিন্তু মই সুধিৱলৈ পাহৰিলো, ভালপোৱাৰ সতে নে স্মৃতিৰ সতে?
কোনো মানুহৰ সৰলতাৰ সুযোগ ইমানকৈ নলৱা যে তেওঁ বেয়া বনিৱলৈ বাধ্য হৈ যায়,মনত ৰাখিৱা বেয়া সেই জনেই বনে যি জন মানুহ আগতে ভাল বনি ভাঙি পৰিছে ।
সকলোতকৈ বেছি দুখ তেতিয়া লাগে যেতিয়া বিনা দুখত কোনোৱাই আমাক ভূল বুলি ভাৱি লয় আৰু আমাৰ লগ এৰি দিয়ে ।
আইনাৰ সমূখত থিয় হৈ মই নিজক ক্ষমা বিচাৰিলো, কাৰণ গোটেই জীৱনটোত মই আনৰ সুখৰ বাবে নিজৰ হৃদয় খনকেই সকলোতকৈ বেছি আঘাট দিলো।
হে মোৰ বন্ধু সকল, কেতিয়াও প্ৰেম নকৰিৱা । যদি কিবা কাৰণত প্ৰেম হৈ যায় তেন্তে না নকৰিৱা । পালন কৰিৱ পাৰিলে পালন কৰিৱা । কিন্তু অনুগ্ৰহ কৰি কাৰোৰে জীৱন ধংস নকৰিৱা ।
ভূল হলে লগ এৰি দিয়া মানুহ বহুত পোৱা যায়।কিন্তু সুধৰাই দিয়া আৰু বুজাই দিয়া মানুহ বহুত কম পোৱা যায় ।
কাৰোৱাৰ সচা ভালপোৱাক উপহাস নকৰিৱা, কাৰোৱাক হৃদয় দি হৃদয় নেভাঙিৱা ।তোমাৰ অবিহনে যাৰ জীয়াই থকাৰ অভ্যাস নাই তেওঁক অকলশৰে জীয়াই থাকিৱলৈ বাধ্য নকৰিবা ।
কষ্ট পোৱাটোও জীৱন আৰু দুখ বোৰক সহ্য কৰাটোও জীৱন , এনেইটো ওঠত হাঁহি সকলো সময়তে লাগি থাকে । কিন্তু মনে মনে উচুপি উঠাটোও হয়টো জীৱন ।
দুখ এই বাবে নাই হোৱা যে ভাগ্যই মোক বিশ্বাসঘাটকতা কৰিলে,মোৰ বিশ্বাস তোমাৰ ওপৰত আছিল, ভাগ্যৰ ওপৰত নাছিল।
Comments
Post a Comment