Sad Assamese Quotes in 2022 || Horu Manuh

Sad Inspirational Motivational Assamese Quotes

চিঞৰ বাখৰ কৰিলে নাম নৱনে , কাম এনেকুৱা কৰা যাতে তোমাৰ মৌনাতও বাতৰি কাগজত প্ৰকাশ পায় ।

Assamese Quotes By Horu Manuh

ময় আৰু পৰিস্হিতি যেতিয়াই তেতিয়াই সলনি হব পাৰে ,সেই বাবে কেতিয়াও কাৰোৰে অপমান নকৰিৱা , হয়টো তুমি বহুত শক্তিশালী হব পাৰা কিন্তু সময় তোমাতকৈ বহু গুণে বেছি শক্তিশালী ।

জীৱনলৈ সমস্যা বোৰ তোমাক ধংস কৰিৱলৈ নাহে ,সমস্যা ৱোৰ মাত্ৰ তোমাৰ ভিতৰত থকা আত্ম শক্তিক পৰিচয় কৰাৱলে আহে।

সফলতা অৰ্জন কৰিৱলৈ তিনিটা বস্তুৰ প্ৰয়োজন, সঠিক সময় । সঠিক চিন্তা আৰু সঠিক পদ্ধতি !

যদি তুমি পোৱা আঘাটৰ বাবে কাৰোৱাক প্ৰতিশোধ লৱ খুজা তেন্তে নিজক সফল বনাৱলৈ লাগি যোৱা । কাৰণ সফলতাতকৈ ডাঙৰ প্ৰতিশোধ আন একো নাই !

কাকো কেতিয়াও স্পষ্টিকৰণ দিবলৈ চেষ্টা নকৰিৱ, আপোনাৰ ওপৰত যাৰ বিশ্বাস আছে তেওঁক স্পষ্টিকৰণৰ দৰকাৰ নাই আৰু আপোনাৰ ওপৰত যাৰ বিশ্বাস নাই তেওঁক হাজাৰ স্পষ্টিকৰণ দিলেও মানি নলয় ।

জীৱনত আপোনি কি কৰিৱ সেইটো সিদ্ধান্ত লৱলৈ বহুত সময় নলগাৱ , নহলে সময়ে সিন্ধান্ত লৱ আপোনাৰ লগত কি কৰিৱ লাগে ।

পৰিস্হিতিয়ে আমাৰ জীৱনৰ দিশ সলনি কৰাৰ আগতেই অলপ সাহস কৰি পৰিস্হিতিকেই সলাই পেলোৱা উচিত ।

পৃথিৱীত দুই ধৰণৰ মানুহ থাকে ,প্ৰথম বিধ হল যি পৃথিৱী খনৰ অনুসৰি নিজক সলাই লয় , দ্বিতীয় বিধ হল যি নিজৰ অনুসৰি পৃথিৱী খনকেই সলাই লয় ।

মানুহৰ নিন্দা আৰু অপমান শুনি নিজৰ ৰাষ্টা কেতিয়াও সলনি কৰিৱ নেলাগে,কাৰণ সফলতা লাজ কৰিলে পোৱা নাযায় সাহসৰ দ্বাৰাহে পোৱা যায় ।

পৃথিৱী খনৰ প্ৰত্যেক জন মানুহে সেইটো বস্তুৰ বাবে কান্দে যিটো বস্তু তেওঁৰ ওচৰত নাই,যেতিয়া সেই বস্তুটো তেওঁৰ ওচৰত থাকে তেতিয়া কিন্তু তেওঁ সেই বস্তুটোৰ মূল্য নিদিয়ে ।
জীৱনটো হল বাঁহীৰ দৰে, যত বাধা ৰুপি ছিদ্ৰ যিমানেই নাথাকক কিয় । যি বজাৱলৈ শিকি যায় সি জীৱন জীয়াৱলৈ শিকি যায়।

মাত্ৰ বেলি ওলালেই ৰাতিপুৱা নহয় । চিন্তা আৰু বিচাৰ সলালেও নতুন দিনৰ উদয় হয় ।

জীৱনত ভাগ্য আৰু আনক দুষ দি কি লাভ আছে ,যদি সপোন আমাৰ তেন্তে চেষ্টা আৰু পৰিশ্ৰমো আমাৰেই হোৱা উচিত ।

মিঠা অসত্য কোৱাতকৈ তিতা সত্য কোৱাটো বেচি উচিত ,কাৰণ তেতিয়া আপোনাৰ সচা শত্ৰু বনিৱ হয় কিন্তু মিচা বন্ধু অন্তত নবনে ।

ভাগ্যশালী তেওঁ নহয় যাৰ ভাগ্য খন ভাল, ভাগ্যশালী তেওঁহে যি নিজৰ ভাগ্যক লৈ সুখী আছে ।

দুখত কোনোৱাই পৰামৰ্শ বিচাৰিলে ,পৰামৰ্শৰ লগত নিজৰ সহযুগিতাও দিয়ক , কাৰণ পৰামৰ্শ ভূল হব পাৰে কিন্তু সহযোগিতা কেতিয়াও ভূল হব নোৱাৰে ।

কাৰোবাক কিবা এটা কোৱাৰ আগত চিন্তা কৰিহে কোৱা উচিত । কাৰণ তোমাৰ শব্দই অন্য কাৰোৱাৰ সম্পূৰ্ণ সুখ শেষ কৰি দিব পাৰে ।

যদি আপোনি সময় থাকোতেই নিজৰ ভূল স্বীকাৰ নকৰে, তেন্তে আপোনি অন্য এটা ভূল কৰি পেলায়,আপোনি আপোনাৰ ভূলৰ পৰা তেতিয়াহে শিক্ষা লৱ পাৰে যেতিয়া নিজৰ ভূল স্বীকাৰ কৰে ।

সুখী হৈ থাকিৱলৈ হলে জীৱনৰ সিদ্ধান্ত বোৰ নিজৰ পৰিস্হিতি চাই লোৱা উচিত ।যি পৃথিৱী খনক চাই সিদ্ধান্ত লয় তেওঁ সদায় দুখতেই থাকিৱ লগা হয় ।

সম্পৰ্ক এটা আইনৰ নিচিনা বস্তু ,যদি ভাঙি যায় তেন্তে আঘাট দিয়ে,সম্পৰ্কক অতি সযতনে ৰাখিৱ লগা হয়,কাৰণ  সম্পৰ্ক  এটা ভাঙিৱলৈ বেছি সময় নেলাগে কিন্তু গঢ় দিৱলৈ বহু বছৰ লাগি যায় ।

সময় বৰ অদ্ভূত বস্তু , সময়ৰ লগে লগে খুজ দিলে ভাগ্য সলনি কৰি দিয়ে ,আৰু সময়ৰ লগে লগে নগলে পৰিস্হিতি সলনি কৰি দিয়ে ।

যিটো বস্তু বেয়া সেইটো বস্তু বেয়া ।তেনে পৰিস্হিতিত নিৰৱে থাকি কাপুৰুষ বনাতকৈ প্ৰতিবাদ কৰি অভদ্ৰ বনি যোৱাটো বেছি যুক্তিকৰ ।

যি মানুহে আপোনাৰ লগত বেয়া বৱ্যহাৰ কৰে তেওঁৰ লগত আপোনি কোনো ধৰণৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই মাত্ৰ তেওঁলোকৰ পৰা আতৰি থাকক। কাৰণ জাৱৰক আমি দূৰলৈ দলিয়াই দিও , গাত ঘহি নলও। 

মানুহ বুদ্ধিমান হোৱাটো বহুত ভাল কথা,কিন্তু প্ৰত্যেক জন মানুহক মুৰ্খ বুলি ভৱাটো সেই মানুহ জনৰ সকলোতকৈ ডাঙৰ মুৰ্খামী ।

আঘাট পোৱাৰ অৰ্থ এইটো নহয় যে আপোনি খুজ দিয়াটোৱেই বন্ধ কৰি দিব । আঘাট পোৱাৰ অৰ্থ হল , যে আপোনি নিজক সম্ভালি লওক ।

কাৰোৱাৰ সৰল স্বভাৱ তেওঁৰ দূৰ্বলতা নহয় । পৃথিৱীত পানীতকৈ সৰল বস্তু একো নাই কিন্তু পানীৰ সুতে ডাঙৰ ডাঙৰ শিলাখণ্ডকো ভাঙি পেলাৱ পাৰে ।

মানুহে আপোনাৰ ৰাষ্টাত যদি গাত খান্দি বিপদত পেলাৱ খুজিছে তেন্তে ভয় নকৰিৱ,সেই বোৰ মানুহেই আপোনাক জপিয়াৱলৈ শিকাৱ ।

Comments

Popular posts from this blog

Best Assamese Motivational Quotes