Assamese Motivational Quotes

 তুমি যদি মানুহে কি কৱ তাক লৈ চিন্তা কৰিৱলৈ বাদ দিয়া তেন্তে মানুহেও বিনা কাৰণত তোমাক অশান্তি দিবলৈ বাদ দিব!সফলতা পোৱাৰ পাছত আমাক গোটেই পৃথিৱীয়ে সাৱতি ধৰে কিন্তু আপোন সেই জন হে যি জনে আমি বিফল হোৱাৰ পিছটো আমাক সাৱতি ধৰিৱলৈ আগবাঢ়ি আহে।সেই জন মানুহ শক্তিশালী নহয় যি জন মানুহৰ কেৱল শৰীৰটো শক্তিশালী ,শক্তিশালী তেওঁহে যাৰ চিন্তাধাৰা বোৰ শক্তিশালী ।এই জীৱনত একো বস্তুৱেই স্হায়ী নহয়,গতিকে নিজক মানসিক চাপত নেৰাখিৱ, আপোনাৰ পৰিস্হিতি লাগিলে যিমানেই বেয়া নহওক কিয়,বিশ্বাস ৰাখক, সময় অৱশ্যেই সলনি হব । যি জন মানুহৰ ধৰ্য্য আৰু সংযম আছে সেই জন মানুহে জীৱনত যি কোনো বস্তুকেই আহৰণ কৰিৱ পাৰে।মানুহৰ মাজত প্ৰতিটো সময়তে জয়ী হোৱাৰ বিশ্বাস থাকিৱ লাগে কাৰণ ভাগ্য সলনি হওক বা নহওক,সময় কিন্তু সলনি হয়।সুন্দৰতা আৰু সৰলতাৰ মাজত পাৰ্থক্য হল সুন্দৰতা সকলোৱে দেখা পায় কিন্তু সৰলতা কিছু লোকেহে দেখা পায় ।আপুনি কাৰোবাক কষ্ট দিয়াৰ আগত এবাৰ ভাবি চাব ,নিজে কষ্ট পালে কেনেকুৱা লাগে,মনত ৰাখিব ,যে কাৰোবাক কষ্ট দি কোনো মানুহ বেছি দিন সুখত থাকিব নোৱাৰে।যিবিলাক মানুহে আপোনাক কেৱল নিজৰ প্ৰয়োজনৰ সময়তহে মনত পেলায় সেইবিলাক মানুহক কোনো কাৰণতে হৃদয়ত নাৰাখিব অন্যথা আপুনি আঘাত পোৱাটো স্বাভাৱিক কথা।চিন্তা এইটো হব নেলাগে যে পথ সুন্দৰ হব,তাৰ পৰিৱৰ্তে চিন্তা এইটো হব লাগে যে যত তুমি খুজ দিবা,সেই পথ যেন সুন্দৰ হৈ যায়।

শাৰীৰিক চাহিদা পূৰাবলৈ মানুহৰ অভাৱ নাই , কিন্তু এটা পবিত্ৰ সম্পৰ্ক জীয়াই ৰাখিবলৈ এই পৃথিৱীত যোগ্য মানুহৰ যথেষ্ট অভাৱ ।কাপোৰ লাগিলে তুমি যিমানেই দামী আৰু ধুনীয়া নিপিন্ধা কিয় পৰিচয় কিন্তু সেই সকল মানুহৰ হে বনে যি সকল মানুহৰ কথা আৰু কাম বোৰ ধুনীয়া হয়।জীৱনৰ কিছুমান সকলোতকৈ ভাল লগা সুখ একেবাৰে সাধাৰণ হয়,সেই বোৰ নিজৰ জীৱনত সদায় উপভোগ কৰক চাৱ, আপোনাৰ হৃদয় সদায় প্ৰসন্ন হৈ থাকিৱ ।লক্ষৰ প্ৰতি নিশ্চিত হলে ৰাষ্টা কিবা প্ৰকাৰে হলেও ওলাৱ কিন্তু নিশ্চিত নহলে উপক্ষে কৰিৱলৈও বহুতো 

 ৰাষ্টা আছে!ডাঙৰ লক্ষ পুৰণ কৰিৱলৈ হলে তাক সৰু সৰু লক্ষলৈ পৰিৱৰ্তন কৰা আৰু এটা এটাকৈ সৰু সৰু লক্ষ বোৰক আহৰণ কৰা ,তেতিয়া ডাঙৰ লক্ষবোৰ আপোনা আপোনি সহজ হৈ পৰিৱ।কেতিয়াও শৰীৰ চাই প্রেম

নকৰিবা, তেনেহলে সফল হ’ব নোৱাৰিবা ব্যক্তিত্বৰ প্রেমত পৰিবা সাত জনমলৈও পাহৰিব নোৱাৰিবা।যেনেদৰে এটা ঘৰ বনাৱলৈ পৰিকল্পনা থকাটো প্ৰয়োজনীয় থিক তেনেদৰে জীৱন বনাৱলৈও এক পৰিকল্পনা আৰু লক্ষ থকাটো অতি প্ৰয়োজনীয় ।জীৱনত বেয়া সময় আহিৱই,মানুহে মানুহক বিশ্বাসঘাটকতা কৰিৱই,আপোন মানুহ বোৰ সলনি হবই! বন্ধু বান্ধবীয়ে মিচা কথা কৱই। এই সকলোবোৰ কথা মানি , সংযম আৰু সচেতন হৈ চলিৱ লাগিৱ।কোনো পৰিস্হিতিয়ে কেতিয়াও তোমাক দবাৱ নোৱাৰে,যেতিয়ালৈকে তুমি নিজেই ভিতৰৰ পৰা হাৰ মানিৱলৈ ৰাজী নোহোৱা। 

এজন মানুহে তেতিয়াই

অকলশৰে থকাৰ কথা ভাবে,

যেতিয়া তেওঁ দেখে, তেওঁক

সকলোৱে ঠগিছে।আমাৰ হৃদয় যথেষ্ঠ মূল্যৱান বস্তু,গতিকে সদায় চেষ্টা কৰক তাত যাতে সেই বোৰ মানুহেহে স্হান পায়, যাৰ যোগ্যতা আছে । জীৱনৰ যাত্ৰাত সাহস আৰু দৃঢ়তা ইমানেই ৰাখক যে আপোনাৰ সন্মূখত ভাগ্য নামৰ বস্তুটো সৰু যেন লাগে।কোনেও তোমাক সদায় সহযোগ কৰিৱলৈ নাহে বা তোমাক লগ দিবলৈ নাহে,গতিকে জীৱনত সফল হব খুজিলে অকলে খুজ দিয়াৰ অভ্যাস গঢ়ি তুলা ।জীৱনৰ যাত্ৰাত আপোনি তেতিয়ালৈকে সফল হব নোৱাৰে যেতিয়ালৈকে আপোনি ভাৱি থোৱা কামটোৰ আৰম্ভ নকৰে।আমাৰ জীৱনৰ সকলো দুখ আৰু সমস্যাৰ প্ৰায় আধা অংশ নাইকীয়া হৈ যায়,যেতিয়া কোনোৱাই আহি আমাক কয়,চিন্তা নকৰিৱা,মই তোমাৰ লগত আছো।যি বোৰ মানুহে তোমাক আজি এৰি থৈ গৈছে তেওঁলোকৰ বাবে কেতিয়াও উদাস নহবা, কাৰণ যি দিনা তুমি সফল হবা, তেওঁলোক আকৌ উলতি আহিব।বুদ্ধিমান ব্যক্তি তেওঁৱেই হয় যাৰ এইটো জ্ঞান আছে, কত কি কৱ লাগে আৰু কিমান কৱ লাগে?জীৱনত সফল হবলৈ হলে আমি খৰকৈ খুজ নিদিলেও হব, তাৰ পৰিৱৰ্তে নিৰন্তৰ গৈ থকাৰ অভ্যাস গঢ়িৱ লাগিৱ।

তেতিয়াই আমি সকলোতে সফল হম।জীৱনৰ আটাইতকৈ কঠিন কাম হৈছে নিজক সংশোধন কৰা, আৰু আটাইতকৈ সহজ কাম হৈছে আনক সমালোচনা কৰা।জীৱনৰ বাবে যেনেকৈ নিশ্বাসৰ প্ৰয়োজন, ঠিক তেনেকৈ সম্পৰ্কৰ বাবেও বিশ্বাসৰ খুবেই প্ৰয়োজন ।সম্পৰ্কৰ নাম যিয়েই নহওঁক কিয় সকলো সময়তে তোমাৰ কাষত থকাটোহে আচল কথা ।মানুহে সকলো দুখ পাহৰি যাব পাৰে,

সকলো কষ্ট পাহৰি যাব পাৰে,

কিন্তু আপোন জনৰ পৰা পোৱা

বিশ্বাসঘাতকতা কেতিয়াও পাহৰি যাব নোৱাৰে।সময় যেতিয়া সলনি হয় সকলো উলত পালত কৰি দিয়ে,সেইবাবে ভাল সময়ত অহংকাৰ নকৰিৱা, আৰু বেয়া সময়ত ধৰ্য্য নেহেৰুৱাবা।

Comments

Popular posts from this blog

Best Assamese Motivational Quotes