Assamese Quotes
জীৱনত যিকোনো কাম তেতিয়ালৈকে কঠীন লাগে যেতিয়ালৈকে আপোনি সেই কামটো কৰিৱলৈ আপোনাৰ খুজ আগ নবঢ়াই //পৃথিৱীৰ সকলো বস্তু আঘাট পালে ভাঙি যায় , কিন্তু এটা বস্তুৱেই আছে যিটো আঘাট পালেহে পোৱা যায় । সেইটো হৈছে সফলতা । মাত্ৰ উশাহ নিশাহ লৈ থকাটোকে জীৱন বুলি নকয়,চকুত কিছুমান সপোন আৰু হৃদয়ত আশা থকাটোও জীৱনৰ বাবে বহুত প্ৰয়োজনীয় /জীৱনৰ ডাঙৰ সত্যটো হল,আপোনি সকলো বস্তু নিজেই নিৰ্বাচন কৰিৱ লাগিৱ। সিয়েই আপোনাৰ ভৱিষ্যৎ জীৱনৰ দিশ নিৰ্ধাৰণ কৰিৱ ।সপোন দেখা সকলৰ বাবে গোটেই ৰটিটো কম পৰি যায় ।কিন্তু সপোন পুৰা কৰা সকলৰ বাবে দিন আৰু ৰাতি দুইটাই কম পৰি যায় //সপোন দেখিৱলৈ কেতিয়াও নেৰিৱা , যি দিনা তুমি সপোন দেখিৱলৈ এৰি দিবা ,বুজি লবা ,সেই দিনাই তুমি হৰি গৈছা ।সফলতা কেতিয়াও চৰ্টকাট ৰাষ্টাৰে পোৱা নাযায় । সফলতা পাৱলৈ কঠোৰ পৰিশ্ৰমৰ আৱশ্যকতা আছে ।ডাঙৰ ডাঙৰ কথাটো সকলোৱে কয় কিন্তু ডাঙৰ লক্ষ পুৰণ কৰাৰ সাহস কিছু লোকৰ হে থাকে। সময়ৰ লগে লগে সলনি হৈ যোৱা । নহলে সময়ক সলনি কৰিৱলৈ শিকা । নিজৰ সমস্যা আৰু দূৰ্বলতা বোৰক দুখ নিদি যেনেকুৱা পৰিস্হিতি হলেও খুজ দিবলৈ শিকা ।কোনোৱাই তোমাৰ বেয়া কৰিলেও প্ৰতিশোধ লোৱাৰ কথা চিন্তা নকৰিৱা । মাত্ৰ ধৰ্য্য ধৰি ৰোৱা। যি সকল লোকে তোমাৰ বেয়া কৰিছে শেষত তেওঁ লোকৰ লগতো বেয়া নিশ্চয় হব ।যদি আপোনি জীৱনত সকলোতকৈ বেছি আগবাঢ়িৱ খুজে তেন্তে প্ৰতিটো দিনেই নিজক গুচি যোৱা দিন বোৰতকৈ ভাল বনাৱলৈ চেষ্টা কৰক।
সপোন আৰু লক্ষৰ মাজত এটা মাত্ৰ পাৰ্থক্য আছে। সপোন দেখিৱলৈ বিনা পৰিশ্ৰমেৰে শুৱ লাগিৱ আৰু লক্ষ পূৰণ কৰিৱলৈ বিনা টুপনিৰে পৰিশ্ৰম কৰিৱ লাগিৱ । আমাৰ সফলতাই পৃথিৱী খনক আমাৰ পৰিচয় কৰাই আৰু আমাৰ বিফলতাই আমাক গোটেই পৃথিৱী খনৰ পৰিচয় কৰাই ! যদি জীৱনত ডাঙৰ কাম কৰিৱ খুজা তেন্তে প্ৰথম নিজৰ দৃষ্টি ডাঙৰ কৰিৱ লাগিৱ, তেতিয়াহে আমি কিবা এটা ডাঙৰ কৰিৱ পাৰিম | এই পৃথিৱীলৈ আমি হয়টো বৰে বাৰে নাহো,সেই কাৰণে জীৱনটো এনেধৰণে জীয়াই থাকিৱলৈ চেষ্টা কৰক, যাতে দুবাৰ আহিবলৈ আশা নাথাকে।জীৱনৰ উপাৰ্জন ধন সম্পত্তিৰ দ্বাৰা জুখিৱ নোৱাৰি ।অন্তিম যাত্ৰাত হোৱা মানুহৰ ভীৰেহে প্ৰমাণ কৰিৱ উপাৰ্জিন কিমান আছিল ?যদি আপোনি জীৱনত উত্তম বনিৱ খুজিছে তেন্তে ,মানুহৰ মনৰ কথা নুশুনিৱ,নিজৰ মনৰ কথা শুনক!।.সম্পৰ্ক বোৰ ভালদৰে ৰখিৱলৈ সময় উলিৱাওক ,যদি আপোনি সম্পৰ্ক বোৰৰ বাবে সময় নুলিয়াই তেন্তে যেতিয়া আপোনাৰ ওচৰত সময় থাকিৱ,তেতিয়া হয়টো সম্পৰ্ক বোৰেই নেথাকিৱ ।জীৱনত অৱশ্যেই প্ৰতিটো সুযোগৰ লাভ উঠাৱক কিন্তু কোনো মানুহৰ অসহায়তা আৰু দূৰ্বলতাৰ সুযোগ নলৱ।
নিজৰ ভাগ্যক কেতিয়াও দুষাৰোপ কৰিৱ নেলাগে । কাৰণ মানুহৰ ৰুপত জন্ম লোৱাটোও এক সৌভাগ্যৰ কথা ।যি সকল লোকে বিফল হবলৈ সাহস ৰাখে তেওঁ লোকে যিকোনো সময়ত যিকোনো বস্তু আহৰণ কৰিৱ পাৰে।
আবেগত পৰি নিজক আনৰ অধীন নবনাৱ । ভগৱান আৰু নিজৰ বাদে অন্য কাকো বিশ্বাস কেতিয়াও নকৰিব। সফল মানুহে নিজৰ সিদ্ধান্তৰ বলত পৃথিৱী খনক সলাই পেলায় আৰু বিফল মানুহে পৃথিৱী খনৰ ভয়ত নিজৰ সিদ্ধন্তক সলনি কৰি পেলায় ।
Comments
Post a Comment