Assamese Quotes
Assamese Quotes
যদি জীৱনত সফলতা লাগে তেন্তে দেউতাৰ হাত খন মূৰৰ ওপৰত থকাটো বহুত প্ৰয়োজনীয় । কাৰণ তেওঁৱেই এজন এনেকুৱা মানুহ যি নিজতকৈ বেছি নিজৰ সন্তানে সফলতা পোৱাটো চাৱ খুজে।
প্ৰেম এক সংযোগ , প্ৰেম কোনো বন্ধন নহয় । । কাৰণ বান্ধিৱলৈ গাঠি দিয়াৰ প্ৰয়োজন কিন্তু গাঠি যত থাকে তাত বন্ধন থাকিৱ পাৰে কিন্তু প্ৰেম থাকিৱ নোৱাৰে ।
বিশ্বাস এটা সৰু শব্দ,কৱলৈ মাত্ৰ এক ছেকেণ্ড সময় লাগে, ভাৱিবলৈ এক মিনিট , আৰু বুজিৱলৈ এটা দিন। কিন্তু ইয়াক প্ৰমাণ কৰিৱলৈ গোটেই জীৱন লাগি যায় ।
মাটিৰ কলহৰ মূল্য আৰু পৰিয়ালৰ মূল্য মাত্ৰ তেওঁহে জানে ,যি জনে তাক নিৰ্মাণ কৰে ।
পৃথিৱীত কেৱল দেউতা হে এজন এনেকুৱা মানুহ যিয়ে গোটেই পৃথিৱীৰ সুখ বোৰ আনি নিজৰ সন্তানক দি দিয়ে ।
পানীৰ মূল্যতকৈ পিয়াহৰ মূল্য বহুত বেছি । মৃত্যুৰ মূল্যতকৈ উশাহৰ মূল্য বহুত বেছি ।এই পৃথিৱী খনত বহুতেই প্ৰেম কৰে । কিন্তু প্ৰেমতকৈ বিশ্বাসৰ মূল্য বহুত বেছি ।
বন্ধুত্বত বিশ্বাস আৰু সন্মান থাকিৱ লাগে, যিটো বন্ধুত্বত বিশ্বাস আৰু সন্মান নাই সেই বন্ধুত্ব বেছি দিন নিটিকে ।
জীৱনত কাৰোৱাৰ লগেই যথেষ্ট । কান্ধত কাৰোৱাৰ হাত খনেই যথেষ্ট । দূৰত থকা বা ওচৰত থকাৰ কোনো সমস্যা নাই ! সচা সম্পৰ্কৰ মাত্ৰ অনুভূতিয়েই যথেষ্ট ।
লগ পোৱাৰ নামত হাজাৰ হাজাৰ মানুহ লগ পোৱা যায় । কিন্তু হাজাৰটা ভূলৰ ক্ষমা কৰি দিয়া মা দেউতা, দুবাৰ লগ পোৱা নেযায় ।
পৰিয়ালতকৈ ডাঙৰ কোনো ধন নাই! দেউতাতকৈ ডাঙৰ কোনো পৰামৰ্শদাতা নাই , মাৰ কোলাত শুৱাৰ সমান ডাঙৰ আনন্দ নাই! ভাতৃতকৈ ডাঙৰ কোনো অংশীদাৰ নাই ! ভগ্নীতকৈ ডাঙৰ কোনো শুভাকাঙ্খী নাই ।আৰু সেই বাবেই পৰিয়ালতকৈ ডাঙৰ কোনো জীৱন নাই !
জীৱনত দুজন মানুহক যত্ন লোৱাটো বহুত প্ৰয়োজনীয়। এজন হল দেউতা । যি তোমাৰ সফলতাৰ বাবে নিজকো হৰুৱাই দিয়ে । আৰু আন জন হল মা, যাৰ ওচৰত তুমি সকলো দুখ আৰু আঘাটৰ সময়ত আশ্ৰয় লোৱা ।
পৰিয়ালৰ প্ৰত্যেক জন মানুহৰ চিন্তাধাৰা ভাল হোৱা উচিত , যদি কোনোৱা এজনৰ মনুভাৱ বেয়া হয় , তেন্তে গোটেই পৰিয়ালটো চূৰমাৰ হৈ যায় ।
সন্ধান তেওঁৰ কৰা যি জন হেৰাই গল, তেওঁক সন্ধান নকৰিৱা যি জন সলনি হৈ গল। হেৰাই যোৱা জনক বিচাৰি পোৱা যায় কিন্তু যি জন সলনি হৈ গল তেওঁক কেতিয়াও পোৱা নাযায় ।
এটা কথা সদায় মনত ৰাখিৱা , কেতিয়াও ভূলতো নিজৰ হৃদয়ৰ কথা যাকে তাকে নকৱা কাৰণ হাঁহিয়তাৰ পাত্ৰ বনিৱলৈ বেছি সময় নেলাগে ।
সময়ৰ সৰু এটা মূহুৰ্ত জীৱনৰ অংশ বনি যায়।আমি গম নেপাও, কোন কেতিয়া যাত্ৰাৰ এজন সহযাত্ৰী বনি যায়। কিছুমান মানুহক জীৱনত এনেকৈ লগ পোৱা যায়,যাৰ লগত কেতিয়াও ভাঙিৱ নোৱাৰা সম্পৰ্ক বনি যায়।
সুন্দৰকৈ সম্পৰ্ক পালন কৰিৱলৈ হলে এটা মন্ত্ৰ মানি চলা উচিত । মন্ত্ৰটো হল , আপোন মানুহৰ পৰা আশা কৰাতকৈ আপোন মানুহক বিশ্বাস বেছি কৰিব লাগে।
যদি কোনোৱাই তোমাক চকু মুদি বিশ্বাস আৰু ভৰসা কৰে ,তেন্তে বিশ্বাসঘাটকতা কৰি এইটো অনুভৱ নকৰোৱাবা , যে তেওঁ অন্ধ আছিল ।
কেৱল সেইজন মানুহক বিশ্বাস কৰক যি জনে আপোনাৰ হাঁহিৰ পিছফালে লুকাই থকা দুঃখ, আপোনাৰ খঙৰ পিছফালে লুকাই থকা মৰম ,আৰু আপোনি নিৰৱে থকাৰ কাৰণ বুজি পায় !
ভূলক্ৰমেও জীৱনত তিনিটা বস্তু নেভাঙিৱা, প্ৰথমটো হল,কাৰোবাক দিয়া কথা , দ্বতীয়টো হল ,বিশ্বাস । আৰু তৃতীয়টো হল, কাৰোৱাৰ হৃদয় , এই তিনিটা বস্তু ভাঙিলে শব্দ নহয়,কিন্তু আঘাট বহুত বেয়াকৈ লাগে ।
এইটো জৰুৰী নহয় ,যে মানুহ প্ৰতিদিনে মন্দিৰলৈ যাৱ লাগিৱ । তাৰ পৰিৱৰ্তে কাম এনেকুৱা কৰিৱ লাগে যাতে যলৈকে যোৱা হয় সেই ঠাই দোখৰ মন্দিৰৰ দৰে বনি যায় ।
মানৱতা হৃদয়ত থাকে স্হিতিত নহয়। ভগৱানে কৰ্ম চাই ,সম্পত্তি নহয় ।
যিমানেই ভাগ্যৰ পৰা কিৱা ভাল হব বুলি আশা কৰিবা সিমানেই ভাগ্যই নিৰাশ কৰিৱ আৰু কৰ্মৰ ওপৰত যিমান জোৰ দিবা ,সিমানেই আশা কৰাতকৈ বেছি পাৱা ।
ভাল হওক বা বেয়া হওক কৰ্মৰ ফল অৱশ্যেই পোৱা যায়, কোনোৱাই সোনকালে পায় আৰু কোনোৱাই দেৰিকৈ পায় ।
কোনোৱাই আঘাট দিলে, তাৰ ওপৰত মনোযোগ নিদিৱা , যিমানেই তাৰ বিষয়ে চিন্তা কৰিৱা,সিমানেই আৰু বেছি দুখ পাৱা । কিন্তু তাক ধ্যান নিদি তাৰ পৰা যদি শিক্ষা লোৱা ,তেন্তে সিয়েই জীৱনত তোমাক আগুৱাই লৈ যাৱা ।
সফলতা লাগে যদি সত্যত থাকি পৰিশ্ৰম কৰা । সফলতা এদিন নিশ্চয় পাৱা । কিন্তু কাৰোৱাক কষ্ট দি সফলতা পাৱলৈ চেষ্টা কৰিলে কেতিয়াও প্ৰকৃত সফলতা নেপাৱা ।
Comments
Post a Comment