27 Best Assamese Life Love Struggle Quotes
Assamese Motivational Quotes
১) জীৱন যাত্ৰাত যদি কেতিয়াৱা ভাগৰি পৰি যোৱা, তেন্তে নিজেই নিজক উঠাই লৱা কাৰণ পৃথিৱীত মানুহে কেৱল পৰি থকা পইচাক হে উঠাই !
২) মৃত্যু হব লগা জনে এদিন কাকো নোকোৱাকৈয়ে মৰি যায় কিন্তু প্ৰতিদিনে সেই জনৰ মৃত্যু হয় যি নিজতকৈ আনক বেছি ভাল পায়।
৩) যদি কোনোৱাই তোমাক অৱহেলা কৰিছে তেন্তে কৰিৱলৈ দিয়া। যদি কোনোবাই তোমাক দেখিও নেদেখাৰ ভাওঁ জুৰিছে ,তেন্তে মনোযোগ নিদিবা । অলপ ধৰ্য ধৰা, এটা কথা মনত ৰাখিৱা সময় সকলোৰে এদিন আহে ।
৪) কাৰোবাক হৃদয়ত সিমানেই ঠাই দিয়া যিমান তেওঁ তোমাক দিয়ে । নহলে নিজে নিজেই কান্দিব লগা হব বা তেওঁ তোমাক কন্দোয়াৱ।
৫) কোনো মানুহৰ সংঘৰ্ষ কেতিয়াও অথলে নেযায়। আৰম্ভণিতে সংঘৰ্ষই আপোনাক কষ্ট দিব । কিন্তু পাছত সেই সংঘৰ্ষই আপোনাক সুখ আৰু সম্বিদ্ধি দিব!
৬) কোনে কয়, যে বন্ধুত্ব সমান সমান যোগ্য মানুহৰ লগত হে হয় । সত্যটো এইটোহে যে বন্ধুত্বত কোনো সৰু বৰ উচ্চ নীচ নেথাকে ।
৭) হৃদয় ভাগি যোৱাৰ পাছটো যি জনে তোমাক অভিযোগ দিব নোৱাৰে, মনত ৰাখিৱা তেওঁতকৈ তোমাক কোনেও বেছি ভাল পাৱ নোৱাৰে।
৮) জীৱনত অকলশৰীয়াকৈ থাকিৱলৈ পোৱাটোও এক আশীৰৰ্বাদ । কাৰণ ভগৱানে আপোনাক অলপ বেছি সময় দিছে যাতে আপোনি নিজক শুধৰাই লৱ পাৰে ।
৯) নিজৰ মা জনী লাগিলে যিমানেই অশিক্ষিত ন হওক কিয় ? জীৱনৰ মহত্তপূৰ্ণ জ্ঞান খিনি কিন্তু একমাত্ৰ মাকেহে দিব পাৰে। ।
১০) চকুলৈ চকু গলেই তাক প্ৰেম বুলি নকয় ,কৰবাত ৰৈ যোৱাকে প্ৰতীক্ষা বুলি নকয় । ভালপোৱা তেতিয়ালৈকে নহয় যেতিয়ালৈকে প্ৰকাশ কৰা নেযায় ।
১১) গোটেই পৃথিৱীতে কেৱল এজন মানুহেই আপোনাক আপোনাৰ লক্ষস্হানলৈ লৈ যাৱ পাৰিৱ । আৰু সেই মানুহ জন হৈছে আপোনি নিজেই !
১২) একপক্ষীয় প্ৰেম বৰ সুন্দৰ হয় । না অভিযোগ থাকে না বিশ্বাসঘাটকতা,জীৱনো কি যে অদ্ভূত ? হাঁহিলে মানুহ জ্বলে আৰু অকলশৰে থাকিলে প্ৰশ্ন সুধে !
১৩) যি জন ব্যক্তিৰ শিক্ষা গুৰু সময়, সময়ে যাক সকলো শিকাই দিয়ে । তেওঁক এই পৃথিৱীত কোনেও সহজে হৰুৱাব নোৱাৰে ।
১৪) এপাহ ফুল কেতিয়াও দুবাৰ নুফুলে। মানুহৰ জনম বাৰে বাৰে নহয় । এনেইটো জীৱনত বহুত মানুহ লগ পোৱা যায় কিন্তু হৃদয়ৰ পৰা বিচৰা জনক বাৰে বাৰে পোৱা নেযায় ।
১৫) যদি কোনেও আপোনাৰ মূল্য বুজি নেপায় তেন্তে কেতিয়াও নিৰাশ নহৱ । কাৰণ লোহা আৰু প্লাষ্টিকৰ বেপাৰীয়ে হীৰা কেতিয়াও চিনিৱ নোৱাৰে ।
১৬) জীৱনত মাত্ৰ সেইজন ব্যক্তিয়েই বিফল হয় যি জনে চিন্তা বহুত কৰে কিন্তু একো কাম হাতত নলয় !
১৭) যদি দুখীয়া হৈ থাকা তেন্তে কোনেও গুৰুত্ব নিদিব । যদি পৰিশ্ৰম কৰা তেন্তে গোটেই পৃথিৱীয়ে হাঁহিৱ ।কিন্তু যেতিয়া সফলতা পাৱা সকলোৱেই জ্বলিৱ।
১৮) নিজক ইমানেই যোগ্য বনাই লোৱা যাতে কোনেও কৱ নোৱাৰে মই নেথাকিলে তোৰ কি হব ?
১৯) কঠীন পৰিস্হিতিৰ মুখা মুখী হলে,সদায় অলপ ধৰ্য্যশীল হব লাগে কাৰণ ভগৱানে যেতিয়া দিব খুজে কেৱল ভাল বস্তু নহয় সকলোতকৈ ভাল বস্তুটো দিব খুজে ।
২০) জীৱন হওক বা জংঘল । বিজয়ী তেওঁৱেই হব পাৰে যি সদায় প্ৰাণ টাকি যুজ দিয়ে ।
২১) এই পৃথিৱীৰ সকলো বস্তু আঘাট লাগিলে ভাঙি যায় কিন্তু সফলতা এক এনেকুৱা বস্তু যাক মানুহে আঘাট পোৱাৰ পাছত হে লাভ কৰিৱলৈ সক্ষম হয় ।
২২) কিছুমান কামত সময় লগা মানে এইটো নহয় যে আপোনি হাৰি গল,হয়টো এনেকুৱাও হব পাৰে, যে আপোনি দীঘল জাপ এটাৰ বাবে, প্ৰস্তুত হৈছে ।
২৩) যদি আপোনি গোটেই জীৱন সুখী হৈ থাকিৱ খুজে তেন্তে নিজক ইমানেই শক্তিশালী বনাৱক যে কোনোৱাই আপোনাৰ লগ এৰি দিলেও আপোনি যেন শতাশ নহয় ।
২৪) ভালপোৱাৰ বাবে কোনোৱাই যদি হাৰ মানি লয় । তেন্তে জানি লৱা , তেওঁ তোমাক মাত্ৰ প্ৰেমেই নকৰে সন্মানো বহুত কৰে ।
২৫) খঙ কৰাটো মুৰ্খৰ পৰিচয় । আৰু খঙ এনেকুৱা এটা বস্তু যত মানুহে অনুতাপৰ বাদে আন একো ঘূৰাই নাপায় ।
২৬) মাতকৈ সৰু শব্দ পৃথিৱীত আন একো নাই , আৰু সেই শব্দটোতকৈ ডাঙৰ অৰ্থ কোনো শব্দতেই নাই !
২৭) লগত বন্ধুত্ব সকলোৱে কৰে কিন্তু আনন্দ তেতিয়া লাগে, যেতিয়া সময় সলনি হৈ যায় কিন্তু বন্ধু সলনি নহয়।
Comments
Post a Comment