Best Assamese Quotes Of Life
কোনে কয়, প্ৰেমত জীৱন সুন্দৰ হৈ যায়। এবাৰ ঠগ খায় চোৱা , জীৱনটো মৃত্যুতকৈও কঠীন যেন অনুভৱ হব।
তুমি যি কাম প্ৰেম আৰু সেৱাৰ ভাৱেৰে কৰিৱা সেই কামে তোমাক ভগৱানৰ ওচৰলৈ লৈ যাৱ আৰু যি কামত ঘৃণা আৰু হিংসা লুকাই থাকিৱ সি তোমাক ভগৱানৰ পৰা দূৰলৈ লৈ যাৱ ।
নিজৰ লক্ষ বাৰে বাৰে সলালে সফলতা পোৱা নেযায় , তাৰ পৰিৱৰ্তে সফলতা তেতিয়াহে পোৱা যায় ,যেতিয়া আপোনি চেষ্টা কৰাৰ পদ্ধতিত সাল সলনি কৰিৱ ।
ভাল মানুহক ভগৱানে বহুত পৰীক্ষা লয়, কিন্তু লগ এৰি নিদিয়ে । আৰু বেয়া মানুহক ভগৱানে বহুত কিবা কিবি দিয়ে কিন্তু লগ কেতিয়াও নিদিয়ে ।
মানুহ যিমানেই ধুনীয়া নহওক কিয়, মানুহৰ ছা কিন্তু সদায় কলায়েই ! মই শেষ্ট ,সেইয়া হৈছে আত্ম বিশ্বাস । কিন্তু কেৱল মইয়েই শেষ্ট ,সেইয়া হৈছে অহংকাৰ ।
যি জন বন্ধুৱে সমূখত মিঠা মিঠা কথা কয় আৰু পিঠিৰ পিছফালে বেয়া চিন্তা কৰে ,মনত কুটিলতা ৰাখে তেনে অসৎ বন্ধুৰ সং এৰাটোৱেই মংগলজনক।
স্বাৰ্থৰ বাবে বনোৱা সম্পৰ্ক যিমান চেষ্টা কৰিলেও নৱনে । আৰু প্ৰেমেৰে বনোৱা সম্পৰ্ক যিমানেই ভাঙিৱলৈ চেষ্টা কৰিলেও কেতিয়াও নেভাঙে ।
এইটো সচা কথা ,যে মানুহে ভূল কৰি বহুত কিবা কিবি শিকে কিন্তু ইয়াৰ অৰ্থ এইটো নহয়, যে গোটেই জীৱন ভূল কৰিয়েই থাকিৱা আৰু কৱা মই শিক্ষা লৈছো ।গতিকে আনৰ ভূল বোৰৰ পৰা শিক্ষা লোৱা উচিত ।
সময় ব্যৱহাৰ কৰি বহু ধন উপাৰ্জন কৰিৱ পাৰি কিন্তু ধনৰ ব্যৱহাৰ কৰি এক ছেকেণ্ডো বঢ়াৱ নোৱাৰি । সেই বাবে সময়ৰ সৎ ব্যৱহাৰ কৰিৱলৈ আমি সকলোৱেই শিকিৱ লাগে!
যি কোনো কামতে খৰ খেদা কৰা উচিত নহয় কাৰণ খৰ খেদা কৰিলে আপোনি ৰাষ্টা হেৰুৱাই দিব পাৰে । গতিকে ৰাষ্টা হেৰুৱাতকৈ অলপ সময় ধৰ্য্য ধৰি অপেক্ষা কৰক , বুজক আৰু আকৌ আগবাঢ়ক ।
অতীতৰ সময় গুচি গল,আৰু আহিৱ লগিয়া সময় এতিয়ালৈ আহি পোৱা নাই ! আমাৰ ওচৰত মাত্ৰ বৰ্তমানৰ সময়কণেই আছে ।গতিকে দুঃচিন্তাত সময় পাৰ কৰাতকৈ, আজিৰ পৰাই এতিয়াৰ পৰাই জীয়াই থাকিৱলৈ আৰম্ভ কৰা উচিত।
ভূল আৰু খং এটা আনটোৰ পৰিপূৰক , কাৰণ ভূল কৰিলে খং উঠে আৰু খং উঠিলে ভূল কৰাৰ সম্ভাৱনীয়তা বাঢ়ি যায় ।যদি আনৰ দুঃখ দেখি আপোনাৰো দুঃখ অনুভৱ হয়, তেন্ত বুজি লৱ , যে ভগৱানে আপোনাক মানুহ বনাই একো ভূল কৰা নাই !
যদি মানুহে নিজৰ টকা পইচাক কেৱল ধন সোণ গোটাৱলৈ ব্যৱহাৰ কৰে তেন্তে সেইয়া মৃতদেহৰ সমান মূল্যহীন হৈ পৰে ।কিন্তু মানুহে যদি নিজৰ টকা পইচাক আনৰ সহায়ৰ বাবে ব্যৱহাৰ কৰে তেন্তে সেইয়া ভগৱানৰ প্ৰসাদ বনি যায় ।
যি জন মানুহৰ অন্তৰত ধৰ্য্য নাই,সেই জন মানুহৰ বৰ্তমান আৰু ভৱিষ্যৎ বুলি একো নেথাকে ।
Comments
Post a Comment