Goru sur
প্ৰকৃত বন্ধু তেওঁহে যি আপোনাৰ ৰাষ্টাৰ মাজত সেঙাৰ হৈ থিয় নিদিয়ে । তেওঁ কেৱল তেতিয়াহে আপোনাৰ ৰাষ্টাৰ মাজত থিয় হয় ,যেতিয়া আপোনাৰ ৰাষ্টা ভূল দিশে যাৱলৈ ধৰে।ব্ৰেণ্ডেড কাপোৰ পিন্ধি সস্তীয়া চিন্তা কৰা মানুহতকৈ সস্তীয়া কাপোৰ পিন্ধি ব্ৰেণ্ডেড চিন্তা কৰা মানুহৰ মূল্য বহুত গুনেই বেছি।
কিবা এটা ভাল হব বুলি কোনো বিশেষ সময়লৈ অপেক্ষা কৰি থাকিৱ নেলাগে। তাৰ পৰিৱৰ্তে প্ৰতিটো পলক বিশেষ বনাৱলৈ সদায় চেষ্টা কৰিৱ লাগে ।ইশ্বৰৰ সকলো সিদ্ধান্তক লৈ সুখী হওক । কাৰণ ইশ্বৰে কেতিয়াও আপোনাক সেইটো বস্তু নিদিয়ে যিটো বস্তু আপোনাৰ ভাল লাগে । ইশ্বৰে সেইটো বস্তুহে দিয়ে যিটো আপোনাৰ বাবে ভাল ।সদায় নিজকে মূল্যবান বুলি ভাৱিব লাগে কাৰণ প্ৰত্যক জন মানুহ এজন আন জনৰ নিচিনা হব নোৱাৰে ।সকলোৰে চিন্তা,ব্যৱহাৰ,আৰু ব্যক্তিত্ব বলেগে বেলেগ ধৰণৰ ।সময় আৰু জীৱন পৃথিৱীৰ সৰ্বশেষ্ট্ৰ শিক্ষক, জীৱনে সময়ৰ সদব্যৱহাৰ শিকাই আৰু সময়ে জীৱনৰ মূল্য বুজাই !জীৱনত হাজাৰ জন বন্ধু বনোৱা কিন্তু সেই হাজাৰ জনৰ ভিতৰত এজন এনেকুৱা বন্ধু বনোৱা,যাতে হাজাৰ জন মানুহে তোমাৰ বিৰুধীতা কৰিলেও তেওঁ তোমাৰ লগ নেৰে আৰু হাজাৰ জনৰ বিপক্ষে যুজ দিয়ে ।যি জন মানুহৰ চিন্তা আৰু ব্যৱহাৰ ভাল, তেওঁক তেওঁৰ লক্ষ স্হান পোৱাত কোনেও বাধা দিব নোৱাৰে আৰু যি জন মানুহৰ চিন্তা আৰু ব্যৱহাৰ বেয়া , তেওঁক কোনেও সহায় কৰিৱ নোৱাৰে । প্ৰিয়জনৰ ভাল গুণবোৰক বাদ দি যদি বেয়া, গুণবোৰক খুচৰি থকা হয় তেতিয়া এটা ভাল সম্পৰ্ক দুৰ্বল হৈ যায়|জীৱনত সদায় আপোনাক প্ৰেৰনা দিব পৰা মানুহৰ সন্ধান কৰক। তেনে মানুহৰ সম্পৰ্কত থাকক। তেওঁলোকৰ পৰা পোৱা প্ৰেৰনাই আপোনাক জীৱনৰ বাটেৰে আগুৱাই যোৱাত সহায় কৰিব।ধুমুহা পাৰ হৈ যাবলৈ অপেক্ষা কৰাটো জীৱন নহয়, বৰষুণৰ মাজতো নৃত্য কৰিবলৈ শিকাটোহে জীৱন।যেতিয়া তোমাৰ বন্ধুৱে উন্নতি কৰে তেতিয়া তুমি গৌৰৱেৰে কোৱা,তেওঁ মোৰ বন্ধু । আৰু যেতিয়া তোমাৰ বন্ধু বিপদত পৰে তেতিয়া কোৱা মই তেওঁৰ বন্ধু ।বন্ধুত্বৰ অৰ্থ হৈছা এটা মিচিকিয়া হাঁহি যিটো হাঁহি কেতিয়াও মৰহি নেযায় । এটা কোমল অনুভৱ যিটোৱে কেতিয়াও দুখ নিদিয়ে। এটা মিঠা সম্পৰ্ক , যিটো কেতিয়াও শেষ নহয় ।সেই বিলাক মানুহৰ আগত নিজকে সদায় সুখী ৰখিৱ লাগে , যি সকলে তোমাক পচন্দ নকৰে। তোমাৰ মুখৰ হাঁহিয়েই সিহতক জ্বলাই জ্বলাই শেষ কৰিৱ।সুন্দৰতাৰ অৰ্থ এইটো নহয় যে কেৱল সুন্দৰ চেহেৰা, সুন্দৰতা মানে এটা ভাল চিন্তা,এটা সুন্দৰ আত্মা আৰু এখন চাফা হৃদয় ।জীৱনত যি জন মানুহে নিজৰ লক্ষ ডাঙৰ ৰাখে, সেই জন মানুহে যি কোনো কঠীনতালৈ ভয় নকৰে, সেই জন মানুহেই সমস্যাৰ লগত যুজিৱ পাৰে,যি কেতিয়াও পৰাজয় হব নুখুজে ।জীৱনত সময়তকৈ ডাঙৰ কোনো বন্ধু আৰু শত্ৰু নাই। সময় আমাৰ চলিলে সকলো আপোন হৈ পৰে। আৰু সময় আনৰ চলিলে সকলো শত্ৰু হৈ পৰে ।এই পৃথিৱীত ব্যস্তটো সকলো মানুহেই ! কিন্তু কাৰোবাৰ জীৱনত আপোনাৰ মূল্য থাকিলে , তেওঁ নিশ্চয় আপোনাৰ বাবে সময় ওলিয়াৱ ! জীয়াই থাকক তেওঁৰ বাবে যি আপোনাক হাঁহিৱলৈ শিকায়। জীৱনটো মানুহ বহুত লগ পোৱা যায়, কিন্তু লগ তেওঁকেই দিয়ক, যি জন আপোনাৰ অবিহনে থাকিৱ নোৱাৰে । কেতিয়াৱা কেতিয়াৱা হাঁহিতকৈ খঙ বেছি ভাল লাগে , কাৰণ হঁহি টো সকলোৰে বাবেই থাকে কিন্তু খঙ মাত্ৰ তেওঁৰ বাবে কৰা হয় যাক আমি কেতিয়াও হেৰুৱাব নুখুজো । ভগৱানে মন্দিৰতকৈ মানুহৰ হৃদয়ক বেছি পচন্দ কৰে , কাৰণ মন্দিৰ মানুহ দ্বাৰা চলে , কিন্তু হৃদয় ভগৱানৰ দ্বাৰা চলে।যিয়ে আনক সন্মান দিয়ে তেওঁ আচলতে সন্মানীয় , কাৰণ মানুহে আনক সেইটো বস্তুৱেই দিব পাৰে যিটো বস্তু নিজৰ ওচৰত থাকে ।ভাগ্য সকলো মানুহৰে ভাল নেথাকে, নিজৰ ভাগ্য নিজেই পৰিশ্ৰম কৰি বনাৱ লাগে । যি নিজৰ ভাগ্য নিজেই বনায় তেওঁৱেই ইতিহাস ৰচে ।अपने रिश्तों और पैसों की कद्र एक समान करें,
दोनों को कमाना मुश्किल है,
लेकिन गवाना बहुत आसान
Comments
Post a Comment