Assamese Motivation Quotes

 


জীৱনত সফল হবলৈ হলে তেতিয়ালৈকে যুজিৱলৈ নেৰিৱ,যেতিয়ালৈকে নিজৰ  লক্ষস্হান গৈ নাপায়।প্ৰেম সেইজনক কৰা যিয়ে তোমাৰ মৰম বুজি পাই

তেওঁক নহয়,যিয়ে নিজৰ স্বাৰ্থৰ বাহিৰে আন কাকো চিনি নাপাই।কেতিয়াৱা কেতিয়াৱা জীৱনত সকলোকে সময় দিয়া মানে সময়ক অপমান কৰাৰ দৰে হয় । গতিকে চাই চিন্তিহে মানুহক সময় দিব লাগে ।সফলতাৰ এটা ডাঙৰ বিশেষত্ব হল, সি সদায় পৰিশ্ৰমী মানুহৰ বাবে মোহিত হয় ।পাপ এটা এনেকুৱা বস্তু যাক কিনিৱলৈ বহুত সস্তা কিন্তু তাৰ মূল্য ঘূৰাওতে ঘূৰাওতে বহু জনম লাগি যায় ।আনৰ অপকাৰ নোহোৱাকৈ নিজৰ উপকাৰৰ কথা ভবাটো

স্বাৰ্থপৰতা বুলি নকয়; সেইয়া আমি নিজৰ জীৱনটোক দিয়া গুৰুত্বহে বুজায়।অতীতলৈ উভতি গৈ আপুনি

জীৱনৰ আৰম্ভণিক সুন্দৰ কৰিবগৈ নোৱাৰে

কিন্তু আজিৰে পৰা আৰম্ভ কৰি জীৱনৰ অনাগত দিনবোৰ সুন্দৰ কৰি তুলিব পাৰে।জীৱনৰ যিকোনো বিপদ অথবা দুখত

সমভাগী হোৱাজনতকৈ

ডাঙৰ সহায় আৰু ডাঙৰ আপোন কোনো নাই ।আমাৰ সকলােতকৈ ডাঙৰ দূর্বলতা হৈছে মাজ বাটতে ভাগৰি পৰা। সফল হােৱাৰ সকলােতকৈ সহজ উপাই হৈছে আকৌ এবাৰ চেষ্টা কৰা।কোনোবাই যদি আপোনাক উপেক্ষা কৰিছে বুলি আপোনাৰ অনুভৱ হয় তেন্তে ভুল তেওঁৰ নহয়; ভুল আপোনাৰ,কাৰণ আপুনিহে প্ৰয়োজনতকৈ বেছি তেওঁৰ পৰা আশা কৰি আছে।ব্যস্ততাৰ কোনো তুলনা নাথাকে,

কিন্তু সঁচা ভালপোৱা জনে

হাজাৰ ব্যস্ততাৰ মাজতো দিনটোত

এবাৰ হ'লেও প্ৰিয়জনৰ

খবৰ ৰাখে।অযথা আনৰ লগত নিজৰ দুখঃৰ কথা আলোচনা নকৰিবা। সন্মুখত সহানুভূতি দেখাব আৰু পিছত তোমাৰ কষ্টৰ সমালোচনা কৰি আনন্দ লব।ভালপোৱা যদি সঁচা হয়,তেন্তে চিৰস্থায়ী নহ'লেও পাহৰি যোৱাৰ মাত্ৰ

অভিনয় হে কৰিব পাৰি,

কিন্তু হৃদয়ৰ পৰা আপোনজনৰ নামটো

কেতিয়াও মচি পেলাব নোৱাৰি।শৰীৰ চাব বিচৰাটোক ভালপোৱা নুবুজায়,কাৰোবাৰ হৃদয় ভৰি অন্তৰ জয় কৰিব পৰাটোহে প্ৰকৃত ভালপোৱা।যেতিয়ালৈকে আপুনি নিজৰ সমস্যাবোৰৰ বাবে আনক জগৰীয়া বুলি ভাবি থাকিব, তেতিয়ালৈকে আপুনি নিজৰ সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ ৰাস্তা বিচাৰি নাপাব।অন্য মানুহৰ আগত আশা,সপোন  অনুভূতি, আৰু ভালপোৱা যিমান কম প্ৰকাশ কৰিব, মানুহে আঘাত কৰাৰ সুযোগ সিমানেই কম পাব।আপোন মানুহে আমাক কেতিয়াও নকন্দোৱাই,কন্দোৱাই সেই জন মানুহেহে যাক আমি নিজৰ বুলি ভাৱি ভূল কৰো ।অকলে থিয় হোৱাৰ সাহস ৰাখা ,পৃথিৱীয়ে জ্ঞান দিয়ে , লগ কিন্তু নিদিয়ে । গতিকে নিজৰ যুদ্ধত নিজেই প্ৰাণতাকি যুজিৱ লাগিৱ । শিক্ষা তাক কয় যিয়ে শুদ্ধটো শুদ্ধ আৰু ভূলটোক ভূল বুলি কৱ পৰাৰ ক্ষমতা বিকাশ কৰে।অহংকাৰী মানুহে কোনো ক্ষেত্ৰতে আনক প্ৰশংসা কৰিৱ নিবিচাৰে।তেনে ব্যক্তিৰ দৃষ্টিত তেওঁৱেই শ্ৰেষ্ঠ।তেওঁৰ বাদে আন কোনো হব নোৱাৰে ।

Comments

Popular posts from this blog

Best Assamese Motivational Quotes