Assamese Quotes
আপোনাৰ পৰা কোনোৱা আতৰি গৈছে তাক লৈ নিৰাশ নহৱ ,কিয়নো জীৱনলৈ সচা এজন আহিবৰ বাবে,মিচা মানুহ বোৰ আতৰি যোৱাটো খুৱেই প্ৰয়োজন।আমি প্ৰয়োজনতকৈ বেছি ভাল হলে আন মানুহে আমাক প্ৰয়োজনতকৈ বেছি ব্যৱহাৰো কৰে।আপোনি প্ৰকৃততে কিমান অকলশৰীয়া সেইয়া কেৱল তেতিয়াহে উপলব্ধি কৰিৱ পাৰিৱ যেতিয়া দিনটোৰ ব্যস্ততাৰ অন্তত সুখ দুখৰ কথাবোৰ পাতিৱলৈ জীৱনত কোনো নেথাকিৱ।
হৃদয় খনে পোৱা আঘাট বোৰ এদিন পাহৰি যাৱ পাৰি কিন্তু আঘাট দিয়া জনক হৃদয়ে কেতিয়াও পাহৰি নেযায়।
ভাল মানুহ বোৰ আচলতে অহংকাৰী নহয়,কেৱল সেই মানুহ বোৰৰ পৰা দূৰত থাকে যত তেওঁৰ গুৰুত্ব নেথাকে ।যি সম্পৰ্কত আন্তৰিকতা নাই মৰম চেনেহ নাই,বুজা পৰা,নাই বিশ্বাস নাই,আছে মাথো সন্দেহ,অৱহেলা,স্বাৰ্থ,সেই সম্পৰ্ক থকাতকৈ নথকাই ভাল ।লাগিলে দেৰিকৈয়ে বনা কিন্তু কিবা এটা বনা,কাৰণ সময়ৰ লগে লগে মানুহে ভাল বেয়াৰ খৱৰ নলয়, তোমাৰ উচ্চতাৰ স্হিতিৰ খৱৰ লয়।কাৰোবাক ভাল পোৱাটো পাপ নহয়, মানুবোৰ পাপী, ভালপোৱাই মানু্হক নকন্দুৱাই, মানুহে মানু্হক কন্দুৱাই , ভালপোৱাই মানু্হক কষ্ট নিদিয়ে, মানুহে মানু্হক কষ্ট দিয়ে, এইটোৱে বাস্তৱ।সম্পৰ্ক প্ৰয়োজন অথৱা অভাৱত নহয় প্ৰেমত পৰি গঢ়িৱ লাগে। জীৱনত কেতিয়াৱা হঠাৎ লগ পোৱা, কিছুমান বিশেষ মানুহৰ সংস্পৰ্শই জীৱনটো কিছু সুন্দৰ কৰি দিয়ে কিছু সহজ কৰি দিয়ে ।সকলোকে সুখী কৰাটো আমাৰ পক্ষে প্ৰায় অসম্ভৱ সেইয়েহে যি বোৰ সম্পৰ্কক আপোনি আপোন বুলি ভাৱে,কেৱল তেওঁলোকক সুখী কৰিৱলৈ চেষ্টা কৰক ।এটা কথা মনত ৰাখিৱা প্ৰয়োজনতকৈ বেছি ভাৱি থাকিলেও সুখ বোৰ হেৰাই যায়।বেয়া কামত অথৱা ভূল সিদ্ধান্তত সহাৰি দিয়া জন বন্ধু নহয় বেয়া সময়ত কাষত থকা জন হে আচল বন্ধু ।যিয়ে সমস্যা নোহোৱাকৈ জয়লাভ কৰে, সেয়া সফলতা আৰু যিয়ে হাজাৰ সমস্যাৰ মাজেৰে জয়লাভ কৰে, সেয়া ইতিহাস ।
অকণমান ভূলতেই কাৰোবাৰ পৰা আঁতৰি আহি সম্পৰ্ক এটাক নষ্ট কৰি নেপেলাৱ, কাৰণ এই পৃথিৱীত কাৰোৱাক আপোন কৰিৱলৈ গোটেই জীৱন লাগি যায়।জীৱনৰ জটিল পথত যেতিয়াই কঠীন সময় আহে তেতিয়া,আপোন বুলি কোৱা বোৰ না কাষত থাকে না কামত আহে ।কাৰোবাক ধুনীয়া দেখি প্ৰেমত পৰিলে সেইয়া হৈছে বাসনা,কিন্তু কাৰোবাৰ প্ৰেমত পৰাৰ পাছত তেওঁ ধুনীয়া হৈ পৰিলে, সেইয়া সচা ভালপোৱা ।আমাৰ জীৱনৰ প্ৰতিটো দিন ভাল নহৱও পাৰে,কিন্তু প্ৰতিটো দিনতে কিছুমান ভাল মূহুৰ্ত থাকে আৰু আমি জীৱনৰ এই সৰু সৰু মূহুৰ্তবোৰক লৈ সুখী হব পাৰিৱ লাগিৱ ।মাজে সময়ে জীৱনলৈ অহা দুখৰ সময় বোৰে সেই মানুহক বোৰক চিনাকী কৰাই দিয়ে, যিবোৰে আমাৰ জীৱনত আপোন হোৱাৰ অভিনয় কৰি থাকে।এজন সঠিক আৰু বিশ্বাসী সংগী কাষত থাকিলে জীৱনত সুখী হবলৈ সহজ হৈ পৰে । সেই জন মানুহক ডাঙৰ মানুহ বুলি নকয়,যি জনৰ ধন সম্পত্তি আৰু অট্টালিকা আছে। ডাঙৰ মানুহ সেই জন হে যি জনে সকলো মানুহকে মানুহ বুলি ভাৱে । যি জনে উচ্চ নীচ বিচাৰ নকৰে ।যি জনে নিজৰ সুখতকৈ আনৰ সুখৰ ওপৰত বেছি গুৰুত্ব দিয়ে ।যিটো সম্পৰ্ক পালন কৰাৰ প্ৰৱল ইচ্ছা দুয়োজনৰে থাকে সেইটো সম্পৰ্ক কেতিয়াও কোনো দিনে শেষ নহয় । কাৰোৱাৰ ছাৰ তলত থিয় হৈ থাকিলে নিজৰ ছা নিৰ্মাণ নহয়। নিজৰ ছা বনাৱলৈ হলে চোকা ৰদত নিজেই থিয় হৈ থাকিৱ লাগিৱ।ধুনীয়া হলেও সকলো মানুহ অন্তৰৰ পৰা সুন্দৰ নহয়,ভাল সাজত থাকিলেও সকলো মানুহ সম্পূৰ্ণ জ্ঞানী নহয়,কপাল থাকিলেও সকলো মানুহৰে ভাগ্য খন একে নহয় ।যাৰ কথাতকৈ কামৰ পৰিমাণ বেছি,সাফল্যই সেই জনকহে লগ দিয়ে,কাৰণ যি নদীৰ গভীৰতা বেছি সেই নদীৰ শব্দও কম হয় ।আপোনি উভতি গৈ জীৱনৰ আৰম্ভণীটো সলনি কৰিৱ নোৱাৰে ।কিন্তু যত আছে তাৰ পৰা আৰম্ভ কৰি সামৰণিটো সলনি কৰিৱ পাৰে।যাৰ প্ৰতি তুমি বহুত আগ্ৰহী,সেই কথাটো তেওঁক তুমি কেতিয়াও জানিৱলৈ নিদিবা,যে তুমি তেওঁক বহুত ভাল পোৱা, সেই কথাটো তেওঁ গম পালে তোমাক কষ্ট দিব পাৰে।কাৰণ মানুহে বেছি মৰম আৰু আদৰ পালে,তাৰ মূল্য দিব নেজানে,সেইয়াই বাস্তৱ । খাদ্য যিমানেই দামী নহওক কিয়,নষ্ট হৈ গলে তাৰ কোনো মূল্য নাথাকে ।থিক তেনেকৈ, শিক্ষা যিমানেই নথাকক কিয় মনুষ্যত্ব নাথাকিলে সেই শিক্ষাৰ কোনো মূল্য নাই ।যেতিয়া মানুহে নতুন মানুহৰ সৈতে সম্পৰ্ক কৰে,তেতিয়া পুৰণা বোৰক পাহৰি যায় ,যেতিয়া নতুন বোৰে অন্তৰত আঘাট দিয়ে তেতিয়া পুনৰ পুৰণি বোৰকে মনত পেলায় ।বয়সত লাগিলে কোনোৱা ডাঙৰ হওক বা সৰু হওক। কিন্তু বাস্তৱত ডাঙৰ তেওঁৱেই যাৰ হৃদয়ত সকলোৰে বাবে প্ৰেম, স্নেহ আৰু সন্মান আছে । গুণ থকা মানুহ হে সফল হব পাৰে কিন্তু বিনম্ৰতা আৰু বিবেক থকা মানুহ সফলতাৰ পৰ্বতত উঠিৱ পাৰে ।যেতিয়া আপোনি অন্য মানুহৰ বাবে ভালটো বিচাৰে,সেই ভালটোৱেই আপোনাৰ জীৱনলৈ এদিন উলতি আহে,এইয়াই প্ৰকৃতিৰ নিয়ম ।নীচ ব্যক্তি সেইজনেই,যি জনে প্ৰতিষ্ঠিত হোৱাৰ পাছত সকলোতকৈ প্ৰথম সেই জন ব্যক্তিক ধংস কৰিৱ খুজে যি জনৰ সহায়ত তেওঁ ডাঙৰ বনিছিলে?
Comments
Post a Comment