Assamese Motivation Quotes
জীৱনত সফল হবলৈ হলে তেতিয়ালৈকে যুজিৱলৈ নেৰিৱ,যেতিয়ালৈকে নিজৰ লক্ষস্হান গৈ নাপায়।প্ৰেম সেইজনক কৰা যিয়ে তোমাৰ মৰম বুজি পাই তেওঁক নহয়,যিয়ে নিজৰ স্বাৰ্থৰ বাহিৰে আন কাকো চিনি নাপাই।কেতিয়াৱা কেতিয়াৱা জীৱনত সকলোকে সময় দিয়া মানে সময়ক অপমান কৰাৰ দৰে হয় । গতিকে চাই চিন্তিহে মানুহক সময় দিব লাগে ।সফলতাৰ এটা ডাঙৰ বিশেষত্ব হল, সি সদায় পৰিশ্ৰমী মানুহৰ বাবে মোহিত হয় ।পাপ এটা এনেকুৱা বস্তু যাক কিনিৱলৈ বহুত সস্তা কিন্তু তাৰ মূল্য ঘূৰাওতে ঘূৰাওতে বহু জনম লাগি যায় ।আনৰ অপকাৰ নোহোৱাকৈ নিজৰ উপকাৰৰ কথা ভবাটো স্বাৰ্থপৰতা বুলি নকয়; সেইয়া আমি নিজৰ জীৱনটোক দিয়া গুৰুত্বহে বুজায়।অতীতলৈ উভতি গৈ আপুনি জীৱনৰ আৰম্ভণিক সুন্দৰ কৰিবগৈ নোৱাৰে কিন্তু আজিৰে পৰা আৰম্ভ কৰি জীৱনৰ অনাগত দিনবোৰ সুন্দৰ কৰি তুলিব পাৰে।জীৱনৰ যিকোনো বিপদ অথবা দুখত সমভাগী হোৱাজনতকৈ ডাঙৰ সহায় আৰু ডাঙৰ আপোন কোনো নাই ।আমাৰ সকলােতকৈ ডাঙৰ দূর্বলতা হৈছে মাজ বাটতে ভাগৰি পৰা। সফল হােৱাৰ সকলােতকৈ সহজ উপাই হৈছে আকৌ এবাৰ চেষ্টা কৰা।কোনোবাই যদি আপোনাক উপেক্ষা কৰিছে বুলি আপোনাৰ অনুভৱ হয় তেন্তে ভুল তেওঁৰ নহয়; ভুল আপোনাৰ,কাৰণ আপুনিহে প্ৰয়োজনতকৈ বেছি তেওঁৰ পৰা আশা