Assamese Motivational Speech
চেষ্টা এনেকুৱাকৈ কৰিৱ লাগে।যাতে হাৰি হাৰি কেতিয়ানো জিকি যোৱা গমেই নোপোৱা।সকলো সময়তে সকলোকে সহায় কৰি ভাল পোৱা মানুহজনে কিন্তু, নিজৰ বিপদৰ সময়ত কাৰো সহায় নাপায়।আজিকালিৰ মানুহ সাপতকৈও বেছি বিপদজনক,সাপে নিজৰ সুৰক্ষাৰ বাবে খূটে কিন্তু মানুহে নিজৰ স্বৰ্থৰ বাবে অন্যৰ জীৱন ধংস কৰে ।অপ্ৰিয় যদিও সঁচা কথা।অহংকাৰী মানুহ অন্ধ মানুহৰ দৰে একে যি কেতিয়াও নিজৰ ভূল দেখা নেপায় আৰু আনৰ ভাল দেখিৱ নোৱাৰে।সদায় সত্যবাদী মানুহৰ লগত বন্ধুত্ব স্হাপন কৰা উচিত, কিয়নো সেই সকল,ভাল দিনত মূল্যৱান সম্পদৰ দৰে আৰু বেয়া দিনত আমাৰ ৰক্ষক হৈ থিয় দিয়ে । এজোপা গছত ক্ষমতাতকৈ বেছি ফল লাগিলে,তাৰ দাল বোৰ ভাগিৱলৈ আৰম্ভ হয় আৰু মানুহে যোগ্যতাতকৈ বেছি লাভ কৰিলে সম্পৰ্ক বোৰ ভাঙিৱলৈ আৰম্ভ কৰে । ফলাফল ৰুপে লাহে লাহে গছে নিজৰ ফলৰ পৰা বঞ্চিত হয় আৰু মানুহে নিজৰ সম্পৰ্কবোৰৰ পৰা। যিয়ে নিজে সংঘৰ্ষত থাকিও আপোনাক সহায় কৰে, সেয়া কেৱল সহায় নহয় সেয়া আপোনাৰ প্ৰতি ভালপোৱা। সাধাৰণতে কিছুমান ভাল মানুহৰ জীৱন কিছুমান বিশ্বাসঘাটক মানুহৰ বাবেই ধংস হৈ যায়।আৱেগৰ পথত নচলি বিবেকৰ পথেৰে চলিবলৈ শিকা, দেখিবা তুমি তোমাৰ জীৱনটো সুন্দৰকৈ গঢ় দিবপা